ধিঙত পিষ্টলসহ এজনক অাটক

Sharing is caring!

নগাওঁ জিলা উপ অাৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত ধিং

অাৰক্ষীয়ে অভিযানত বুধবাৰে ধিঙৰ ৰৌমাৰীৰ পৰা ইজাজুল

হক নামৰ এটা দুধৰ্ষ অপৰাধীক অাটক কৰে ।

 

অপৰাধীটোৰ পৰা বিদেশত নিৰ্মিত এটা পিষ্টল , এটা মেগজিন

অাৰু মবাইল হেণ্ডচেট উদ্ধাৰ কৰে ।

ইতিমধ্যে ধিং অাৰক্ষীয়ে দুধৰ্ষ অপৰাধীটোক জেৰা অব্যাহত

ৰাখিছে । ধিঙত সঘনাই অত্যাধুনিক মাৰনাস্ত্ৰ উদ্ধাৰ হোৱা

ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Related posts

Leave a Comment