পুণৰ এবাৰ কপি উঠিল দিশপুৰ

পুণৰ এবাৰ কপি উঠিল দিশপুৰ

গুৱাহাটীৰ অনুপ জ্যোতি নাথৰ

আজি ১,২ নহয় ৪২টা জাতিয়তাবাদী সংগঠনেৰে কপালে ৰাজধানী ‌।

জাতি- মাটি তথা খিলঞ্জীয়াৰ অস্তিত ৰখাৰ বাবে আছুকে ধৰি ৰাজ্যৰ আন বহু কেইটা সংগঠনে আজি উলিয়াই বৃহৎ প্ৰতিবাদী সমদল ।

জয় আই অসম আৰু বিজেপি মূৰ্দাবাদ ধ্বনিৰ লগতে এই জুই জ্বলিছে জ্বলিবই কন্ঠৰে কপালে ৰাজপথ ।

প্ৰতিবাদত আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, বহুকেইজন জেষ্ঠ বিষয়াকে ধৰি অংশ লয় বহু কেইখন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ।

 

Related posts

Leave a Comment