বঙাইগাঁৱত ৰক্তদান শিবিৰ ইন্দ্ৰ কিশোৰ সংঘৰ

Sharing is caring!

বঙাইগাঁৱত ৰক্তদান শিবিৰ ইন্দ্ৰ কিশোৰ সংঘৰ

বঙাইগাঁও: – ইন্দ্ৰ কিশোৰ সংঘৰ উদ্যোগ বঙাইগাঁও চিভিল হস্পিটালৰ ব্লাড বেংকৰ সহযোগত কালি পূজাৰ লগত সংগতি ৰাখি এক ৰক্তদান আৰু বিনামূল্যীয়া চিকিৎসা শিবিৰ আয়োজন কৰে ৰত্নপীঠ জনকল্যাণ সমিতি কাৰ্যালয়ত , T.R ফুকন পথত ৷ এই শিবিৰত 23 জন ব্যক্তিয়ে ৰক্তদান কৰে ৷

Related posts

Leave a Comment