জ্যোষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ চিৰবিদায়

Sharing is caring!

 

সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক দু-সংবাদ । জ্যোষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামী আৰু নাই।

মুম্বাইত চিকিৎসাধীন হৈ থকা গোস্বামীয়ে শুকুৰবাৰে নিশা ১২.৪৫ বজাত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰে। কৰ্ণেল মনোৰঞ্জন গোস্বামী এগৰাকী বিশিষ্ট স্তম্ভ লেখক হিচাপে সকলোৰে মাজত পৰিচিত।

লেখা মেলা জগতখনৰ উপৰিও ৰাজনৈতিক,সামাজিক বিশ্লেষক হোৱাৰ লগতে তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতেও জড়িত হৈ আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসীয়ে হওক প্ৰকাশ কৰিছে।

Related posts

Leave a Comment