শিৱসাগৰ ডিমৌ চাৰি আলি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ

Sharing is caring!

*যোৱা ২২নৱেম্বৰ বৃহস্পতি বাৰে সংঘটিতত হৈছিল বোমা বিস্ফোৰণ।
* কমল আগৰৱালা ব্যৱসায়িক প্ৰতিষ্ঠানত হৈছিল বোমা বিস্ফোৰণ।
*নিহত হৈছিল কমল আগৰৱালা আৰু অনুপ গুপ্তা।
*অনুপ গুপ্তা লক্ষ্য নাছিল বুলি আলফা (স্বাধীন)ৰ সংবাদ মাধ্যমলৈ দিয়া প্ৰেছ বিবৃতিত প্ৰকাশ।
*লগতে অনুপ গুপ্তা পৰিয়াললৈ সমবেদনা জ্ঞাপন ।

Related posts

Leave a Comment