শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ সংবাদ মেল

Sharing is caring!

 

শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এই সংবাদ মেল ৷ সংবাদ মেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কত খিলঞ্জীয়া ৰাইজৰ পক্ষত নে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত নতশিৰ হব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হলে অসমৰ ৰাইজ- বুদ্ধিজীৱী, সাংবাদিকক মাতি ৰাজহুৱাভাবে সৰ্বানন্দ সোণোৱালক ” জাতীয় খলনায়ক” উপাধি প্ৰদান কৰিব সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৷

Related posts

Leave a Comment