গুৱাহাটীৰ মহানগৰৰ বৰবাৰীত উৰিল আলফাৰ পতাকা

Sharing is caring!

গুৱাহাটী ২৮ নৱেম্বৰ :

গুৱাহাটীৰ মহানগৰৰ বৰবাৰীত উৰিল আলফাৰ পতাকা

ৰাজ্যৰ বিভিন্ন স্থানত লগতে মহানগৰীত দেখা গল এইবাৰ আলফাৰ স্বাধীনৰ পতাকা

পুৱাই স্থানীয় লোকে প্ৰত্যক্ষ কৰে পতাকাখন

ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নমাই আনে পতাকাখন

Related posts

Leave a Comment