ওদালগুৰিত ৰেলত বোমা বিস্ফোৰণ, আহত ২ জন

Sharing is caring!

ওদালগুৰিৰ হৰিশিঙাত ৰে’লত বোমা বিস্ফোৰণ। কামাখ্যা-ডেকাৰগাঁও ইণ্টাৰচিটী ১৫৮১৫নং ৰে’লখনৰ ৪নং ডবাত সংঘটিত হৈছে এই ঘটনা।

বিস্ফোৰণত ২জন লোক আহত। আহত এজনৰ নাম ৰাহুল দাস। পূৰ্বৰে পৰা ৰে’লত বোমাটো সংস্থাপন কৰাৰ সন্দেহ। হৰিশিঙাত আৱদ্ধ হৈ আছে ৰে’লখন।

DIG অনুৰাগ আগৰৱালাৰ নেতৃত্বত ঘটনাস্থলীলৈ ৰাওনা আৰক্ষীৰ বৃহত্‍ দল।

Related posts

Leave a Comment