ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে ভুৱা অভিযোগ

Sharing is caring!

বুধবাৰে নিৰ্বাচন পক্ৰিয়া চলি থকা সময়তে তিনিচুকীয়া জিলাৰ ১২৩ নং ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন দেৱে বাৰেকুৰি গাওঁ পঞ্চায়তৰ এটা ভোটকেন্দ্ৰত খবৰ লবলৈ গৈ মিছা অভিযোগৰ বলি হ’য়। বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি উক্ত ভোটকেন্দ্ৰটোত খবৰ লৈ ওলাই আহোতে এজন ব্যক্তিয়ে বিধায়কৰ গাড়ী আগভেটি লৈ ভোট দিয়াৰ বিনিময়ত টকা খোজে কিন্তু বিধায়ক গৰাকীয়ে টকা দিবলৈ অমান্তি হোৱাত সেই ব্যক্তিজনে নিজেই নিজৰ পকেটৰ পৰা কেইখনমান পাঁ‌চশ টকীয়া নোট উলিয়াই বিধায়ক গৰাকীত তাচিল্য কৰে। ঠিক সেই সময়তেই বিৰুধী দ’লৰ কোনো লোকে ফ’টো তুলি ভোটৰ নামত টকা বিলোৱাৰ এক মিচা অভিযোগ আনে ।

Related posts

Leave a Comment