আমাৰ বিষয়ে

Comming Soon !

 

অতি শীঘ্ৰেই আপোনাৰ কাষলৈ

  • *অসম খবৰ*Live 24×7 (সত্যৰ সন্ধানত, এক যাত্ৰা)

কেৱল খবৰৰ মাজত খবৰ… www.asomkhobor.Com fb.com/asomkhoborliveঅনলাইনত উপলব্ধ আমাৰ সংবাদ । সমসাময়িক প্ৰেক্ষাপটত অসমৰ সংবাদ মাধ্যমত আমি নৱতম ৰূপত সংযোজন হৈছোঁ । কেৱল খবৰে নহয় আমি বিচাৰিম সত্যৰ স’তে,ন্যায়ৰ সপক্ষে এক যাত্ৰাৰ । আমি চেষ্টা কৰিম প্ৰতি পল,প্ৰতি ক্ষণত,ভাল খবৰৰ সুবাস বিচাৰিবলৈ…!

  • www.twitter.com/AsomKhobor
  • www.instagram.com/asomkhoborlive

@খবৰৰ মাজত খবৰ (WhatsApp All Assam Journalist group)

31total visits,1visits today

Leave a Comment