শিলচৰলৈ অহা তৃণমূলৰ প্ৰতিনিধিকেইজনক লৈ কলকাতাৰ কাকতে অতিৰঞ্জিত বাতৰি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ কলকাতাৰ কাকতত প্ৰকাশ- বৃহস্পতিবাৰে দিনৰ ২টা বজাত নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণৰ বাবে তৃণমূল কংগ্ৰেছ দলৰ সাংসদ সুখেন্দ্ৰ শেখৰ ৰায়, মমতাবালা ঠাকুৰ, অৰ্পিতা ঘোষ, ৰত্না দে নাগ, নাদিমুল হক, কাকলি ঘোষ দস্তিদাৰ আৰু বিধায়ক মহুৱা মিত্ৰ শিলচৰলৈ গৈছিল ৷ শিলচৰৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰত তৃণমূলৰ প্ৰতিনিধিসকলক আটক কৰি ৰখা হয় ৷ বিমানবন্দৰৰ চি চি টিভিত স্পষ্ট হৈ পৰে যে মহুৱা মিত্ৰ আৰু মমতাবালা ঠাকুৰৰ লগত মহিলা আৰক্ষীয়ে হেতা-ওপৰা কৰে ৷ বিয়লি ৩ বজাত শিলচৰ পোৱা পশ্চিমবংগৰ মন্ত্ৰী ফিৰহাদ হাকিমক বিমানৰ পৰা নমাৰ লগে লগে আটক কৰি ৰখাসকলৰ লগত এটা কোঠাত ভৰাই দিয়ে ৷ বিমানবন্দৰৰ মূল প্ৰৱেশ পথ বন্ধ কৰি দিয়া হয় ৷ বিমানবন্দৰত বৃহৎসংখ্যক আৰক্ষী মোতায়েন কৰা হয় ৷ নিশালৈকে বিমানবন্দৰৰ লাউঞ্জত আটক কৰি ৰখা হৈছে ৷

বাংলা কাকতত প্ৰকাশ পোৱামতে, লোকসভাৰ সাংসদ কাকলি ঘোষ দস্তিদাৰে কোন আইনৰ অধীনত তেওঁলোকক আটক কৰা হৈছে বুলি আৰক্ষী বিষয়াক প্ৰশ্ন কৰিছিল ৷ প্ৰতিনিধিসকলে বাৰে বাৰে একেটা প্ৰশ্ন কৰিছিল যদিও কোনো উত্তৰ নাপালে ৷ প্ৰতিনিধিসকলক ঘূৰি যাবলৈ আহ্বান জনাইছিল যদিও তৃণমূলৰ প্ৰতিনিধিসকলে সংকটত পৰাসকলক লগ নকৰাকৈ ঘূৰি নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পুনৰ বিমানবন্দৰৰ এটা হলঘৰত আবদ্ধ কৰি ৰাখে সাংসদসকলক ৷ নিশা এটা অতিথিশালালৈ নিয়া হয় আৰু জিলা প্ৰশাসনে শুকুৰবাৰে পুৱাই কলকাতালৈ ওভতাই পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মন্ত্ৰী ফিৰহাদ হাকিমক মন্ত্ৰী হিচাপে সন্মান কৰা নাই বুলি অভিযোগ কৰে ৷ মন্ত্ৰীৰ পৰামৰ্শদাতা হিচাপে আন লোকক লগ কৰিব পাৰে যদিও মন্ত্ৰী হাকিমক কোনো সুবিধা নিদিলে প্ৰশাসনে ৷ মহুৱা মিত্ৰই বিমানবন্দৰৰ পৰা বাহিৰলৈ যাব বিচৰাত তেওঁক মহিলা আৰক্ষীয়ে চুলিত ধৰি টানি অনাৰ অভিযোগ কৰিছে কলকাতাৰ কাকতে ৷ ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰে অভিযোগ কৰে যে তেওঁক আৰক্ষীয়ে মাৰধৰ কৰিছে ৷ দীৰ্ঘ সময় আৰক্ষীয়ে সাংসদসকলৰ লগত তৰ্কযুদ্ধত লিপ্ত হয় ৷ আঠোজনকে বিমানবন্দৰত ‘কৰ্ভন’ কৰি ঘেৰি ৰখা হয় ৷ ফোন কৰাৰো সুযোগ দিয়া নাই বুলি প্ৰতিনিধিসকলে অভিযোগ দিয়া বুলি প্ৰকাশ ৷ প্ৰতিনিধিসকলো কয়- বিজেপিয়ে কেনেদৰে দমন নীতি চলায়, এইবাৰ সকলোৱে দেখিলে ৷

VK
Facebook
Twitter
Google+

16total visits,1visits today

thanks
Share on Facebook Share
0
Share on TwitterTweet
0
Share on Google Plus Share
Share on Pinterest Share
0
Share on LinkedIn Share
Share on Digg Share
Print Print
0
Total Shares
Follow Us
www.asomkhobor.com Comming Soon ! অতি শীঘ্ৰেই আপোনাৰ কাষলৈ *অসম খবৰ*Live 24x7 (সত্যৰ সন্ধানত, এক যাত্ৰা ) কেৱল খবৰৰ মাজত খবৰ... www.asomkhobor.com www.asomkhobor.wordpress.Com fb.com/asomkhoborlive অনলাইনত উপলব্ধ আমাৰ সংবাদ । সমসাময়িক প্ৰেক্ষাপটত অসমৰ সংবাদ মাধ্যমত আমি নৱতম ৰূপত সংযোজন হৈছোঁ । কেৱল খবৰে নহয় আমি বিচাৰিম সত্যৰ স'তে,ন্যায়ৰ সপক্ষে এটি যাত্ৰা । আমি বিচাৰিম প্ৰতি পল,প্ৰতি ক্ষণত,ভাল খবৰৰ সুবাস বিচাৰিবলৈ...! www.twitter.com/AsomKhobor www.instagram.com/asomkhoborlive @খবৰৰ মাজত খবৰ(WhatsApp All Assam Journalist group) www.asomkhobor.com Comming Soon ! অতি শীঘ্ৰেই আপোনাৰ কাষলৈ *অসম খবৰ*Live 24x7 (সত্যৰ সন্ধানত, এক যাত্ৰা ) কেৱল খবৰৰ মাজত খবৰ... www.asomkhobor.com www.asomkhobor.wordpress.Com fb.com/asomkhoborlive অনলাইনত উপলব্ধ আমাৰ সংবাদ । সমসাময়িক প্ৰেক্ষাপটত অসমৰ সংবাদ মাধ্যমত আমি নৱতম ৰূপত সংযোজন হৈছোঁ । কেৱল খবৰে নহয় আমি বিচাৰিম সত্যৰ স'তে,ন্যায়ৰ সপক্ষে এটি যাত্ৰা । আমি বিচাৰিম প্ৰতি পল,প্ৰতি ক্ষণত,ভাল খবৰৰ সুবাস বিচাৰিবলৈ...! www.twitter.com/AsomKhobor www.instagram.com/asomkhoborlive @খবৰৰ মাজত খবৰ(WhatsApp All Assam Journalist group) www.asomkhobor.com Comming Soon ! অতি শীঘ্ৰেই আপোনাৰ কাষলৈ *অসম খবৰ*Live 24x7 (সত্যৰ সন্ধানত, এক যাত্ৰা ) কেৱল খবৰৰ মাজত খবৰ... www.asomkhobor.com www.asomkhobor.wordpress.Com fb.com/asomkhoborlive অনলাইনত উপলব্ধ আমাৰ সংবাদ । সমসাময়িক প্ৰেক্ষাপটত অসমৰ সংবাদ মাধ্যমত আমি নৱতম ৰূপত সংযোজন হৈছোঁ । কেৱল খবৰে নহয় আমি বিচাৰিম সত্যৰ স'তে,ন্যায়ৰ সপক্ষে এটি যাত্ৰা । আমি বিচাৰিম প্ৰতি পল,প্ৰতি ক্ষণত,ভাল খবৰৰ সুবাস বিচাৰিবলৈ...! www.twitter.com/AsomKhobor www.instagram.com/asomkhoborlive @খবৰৰ মাজত খবৰ(WhatsApp All Assam Journalist group) www.asomkhobor.com Comming Soon ! অতি শীঘ্ৰেই আপোনাৰ কাষলৈ *অসম খবৰ*Live 24x7 (সত্যৰ সন্ধানত, এক যাত্ৰা ) কেৱল খবৰৰ মাজত খবৰ... www.asomkhobor.com www.asomkhobor.wordpress.Com fb.com/asomkhoborlive অনলাইনত উপলব্ধ আমাৰ সংবাদ । সমসাময়িক প্ৰেক্ষাপটত অসমৰ সংবাদ মাধ্যমত আমি নৱতম ৰূপত সংযোজন হৈছোঁ । কেৱল খবৰে নহয় আমি বিচাৰিম সত্যৰ স'তে,ন্যায়ৰ সপক্ষে এটি যাত্ৰা । আমি বিচাৰিম প্ৰতি পল,প্ৰতি ক্ষণত,ভাল খবৰৰ সুবাস বিচাৰিবলৈ...! www.twitter.com/AsomKhobor www.instagram.com/asomkhoborlive @খবৰৰ মাজত খবৰ(WhatsApp All Assam Journalist group)
WP Facebook Auto Publish Powered By : XYZScripts.com