সুবিশাল ব্ৰহ্মপুত্ৰৰ বুকুত

সুবিশাল ব্ৰহ্মপুত্ৰৰ পাৰত      ধৰিত্ৰী শ্ৰাৱণ                         নিকামূল সত্ৰ,                     তেজপুৰ    সেইদিনা হঠাৎ মন গ’ল নিৰবতাক বিচাৰি নিসংগতাৰ আৰত নিজকে লুকুৱাবলৈ। হঠাৎ মন গ’ল নিৰবতাক আকোৱালি লৈ নিসংগতাৰ লগত কিছু মূহুৰ্ত কটাবলৈ।তাকে বিচাৰি পালোগৈ নাতিদূৰতে থকা সুবিশাল ব্ৰহ্মপুত্ৰৰ অবিকল ঢৌৰ কলকলনিৰ মাজত থকা বালিচাপৰৰিৰ পাৰ।আচম্ৱিত কৰি তোলা এক নিৰ্জন শান্ত পৰিবেশ,এক শিহৰিত কৰি তোলা মধুৰ নিৰ্জনতাৰ  পৰিবেশ ।যি প্ৰতি মূৰ্হূততে সকলোকে আকোৱালি লবলৈ দুবাহু মেলি ৰৈ থাকে খন্তেক সময়…

Read More

সহায়ৰ আহ্বান :-

সহায়ৰ প্ৰয়োজন:- অসমৰ যুৱ-সমাজৰ এগৰাকী সফল মহিলা bodybuilder নাম- কুইন বুঢ়াগোঁহাই (Queen Buragohain) । দেশ-বিদেশত সন্মান বঁটাৰে প্ৰৌজ্জ্বল তেওঁ । Miss Assam, India-ৰ পিছত এইবাৰ সাজু হৈছে Miss Universe Fitness -লৈ । এই World Championship, Singapore -ত খেলিবলৈ যোৱাত আৰ্থিকভাৱে সহায় কৰিব পৰা যাব নেকি ? তাই বহুতো ঠাইত খবৰ কৰিছিল কিন্তু কোনোৱে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবে মানসিক ভাৱে ভাঙি পৰিছে । সেয়েহে যদি আমি কিছু পৰিমাণে সহায় কৰোঁ অাৰু সকলোৱে সহায়ৰ হাত অাগবঢ়ালেহে তাই Miss Universe Fitness, Singapore -ত খেলিব যাবলৈ সক্ষম হ’ব । সেয়েহে অাহকচোন অামি সকলোৱে…

Read More

ঐতিহাসিক বাখৰ বেঙেনাই স্হান পালে ভাৰতীয় ডাকত

বকতাবাসীলৈ বাবে ভাল খবৰ ঐতিহাসিক বাখৰ বেঙেনাই স্হান পালে ভাৰতীয় ডাকত অসম খবৰ, নাজিৰা, ১২ মে:- ঐতিহাসিক শিৱসাগৰ জিলাৰ বকতা মৌজাৰ মধ্যমস্থলতেই অৱস্থিত ৫৮০ বছৰ পুৰণি বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা। এই গছজোপাৰ নামেৰে‌ই এই বৃহৎ অঞ্চলটোত গঢ় লৈ উঠিছে বহু অনুষ্ঠান-প্ৰতিষ্ঠান। সমগ্ৰ শিৱসাগৰ তথা অসমবাসীৰ অহংকাৰ এই বাখৰবেঙেনা বৃক্ষ। এই বকতা বাখৰবেঙেনা বাসীৰ বাবে সু খবৰ তথা গৌৰৱৰ খবৰে সমগ্ৰ বকতাবাসীলৈ আহিছে। বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা বৃক্ষৰ ছবিয়ে স্হান পালে ভাৰতীয় ডাক বিভাগত৷ ৫৮০ বছৰ পুৰণি বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনাৰ ছবি সম্বলিত হল ভাৰতীয় ডাকত৷ ৬ মে দেওবাৰে শিৱসাগৰ জিলাৰ…

Read More