উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল সমাপ্তি

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ                    সফল সমাপ্তি   উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডো প্ৰতিযোগিতা জৱাহৰ নবোদয় বিদ্যালয় শোনিতপুৰ, বিশ্বনাথত ১, ২ আৰু ৩ আগষ্টতলৈকে অনুষ্ঠিত হৈ যায় ৷ উক্ত খেল খনত উত্তৰ পূৰ্বঞ্চলৰ অসম মেঘালয় আৰু মনিপুৰকে ধৰি মুঠ ৯৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতা খন উদ্বোধন কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱাই ৷ খেলখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সম্পাদক তথা চেম্পিয়নছ মেকাৰ একাদেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে ৷ বিশ্বনাথ…

Read More

প্ৰতিভাৰ সন্ধান বিচাৰি অসম খবৰৰ আৱিস্কাৰ 

প্ৰতিভাৰ সন্ধান বিচাৰি অসম খবৰৰ আৱিস্কাৰ                            প্ৰথম খণ্ড অসম খবৰ  কোকিলাৰ পৰা ইয়াছিন আলী  ৪ আগষ্টঃ বঙাইগাঁও জিলাৰ চাকলা প্ৰথম খণ্ডৰ ৰুহুল আমিনৰ পুত্ৰ জাহিৰ খানৰ হাতৰ পৰশত জিলিকি উঠে মহৎ মহৎ ব্যক্তিসকল ছবি, বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটি। অষ্টম শ্ৰেণীত অধ্যয়ন কৰা জাহিৰ খান গৰমৰ বন্ধৰ সময় খিনি অপচয় নকৰি বিভিন্ন কলা বিদ্যাত পাৰ কৰে। আচলতে এই বয়সৰ সকলোৱে বন্ধৰ সময় খিনি আলহীৰ ঘৰ, খেল ধেমালি আদি লৈ ব্যস্ত থকা দেখা যায়। ঠিক সেইসময়তে ব্যতিক্ৰমী ৰূপ…

Read More

মেৰামতি নহ’ল জৰাজীৰ্ণ পথ

   মেৰামতি নহ’ল জৰাজীৰ্ণ পথ অসম খবৰ মৰাণৰ পৰা কুশল ভূঞা ০১ আগষ্ট, ডিব্ৰুগড় জিলা ১১৫ নং মৰাণ সমষ্টিৰ অন্তৰ্গত নাহৰণি পঞ্চায়তৰ অন্তৰ্ভুক্ত ডিমৌ কিনাৰ বঙালী গাঁও চাৰি আলি পৰা লুকূমাই তিনি আলি স‍ংযোগী মূল পথছোৱা অৱস্থা অতি শোচনীয় হৈ পৰিছে। এজাক বৰষুণৰ ফলত পথটোৰ অৱস্থাত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে। উল্লেখযোগ্য যে এই অঞ্চলৰ বিদ্যালয় , মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সকলো পথচাৰী বিপদ সংকোল ভাৱে যাতায়ত কৰিব লগা হৈছে। সততে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰ খনৰ ওপৰত ৰাইজে আস্থা হেৰুৱাই পেলাইছে। উল্লেখযোগ্য যে স্থানীয় বিধায়ক মহোদয়ক বাৰম্বাৰ আৱেদন…

Read More

পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী ভৱেশ কলিতা

                পথৰ আধাৰশিলা স্থাপন            মন্ত্ৰী ভৱেশ কলিতা   অসম খবৰ ৩০ জুলাই: অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী ভৱেশ কলিতাই আজি ৰঙিয়া-বৰঘুলি পথৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি কলিতাই কয় যে ৰঙিয়া অঞ্চলৰ ৰাস্তা-ঘাট, পথ, দলংসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট গুৰুত্ব দিছে। যিসমূহ ৰাস্তা জৰাজীৰ্ণ হৈ আছে সেইসমূহো শীঘ্ৰে মেৰামতি কৰা হ’ব বুলিও তেওঁ আধাৰশিলা অনুষ্ঠানত ঘোষণা কৰে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিছে আৰু অনাগত দিনত অধিক গুৰুত্ব প্ৰদান কৰা…

Read More

মোছলেম উদ্দিন মণ্ডলৰ সংবাদমেল

NRC চুড়ান্ত খচৰা প্ৰকাশকলৈ ইউ ডি এছ এফৰ কেন্দ্ৰীয় সাধাৰণ     সম্পাদক মোছলেম উদ্দিন মণ্ডলৰ সংবাদ মেল অসম খবৰ বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপোৰ্ট , ৩০ জুলাই:- শেহতীয়াকৈ এন আৰ চি চুড়ান্ত খচৰা প্ৰকাশ সম্পৰ্কে বিলাসীপাৰাত সংবাদ মেল অনুষ্ঠিত কৰি ইউ ডি এছ এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোছলেম উদ্দিন মণ্ডলে মহামান্য উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এজনো বিদেশীৰ নাম এন আৰ চি অন্তৰ্ভুক্তি নোহোৱাকৈ আৰু ১৯৭১ চনৰ ২৫ মাৰ্চ মাজ ৰাতিৰ অসম চুক্তি সাপেক্ষে এজনো প্ৰকৃত ভাৰতীয় লোকৰ নাম বাদ নপৰে তাৰ বাবে আহ্বান জনায়। এই…

Read More

 বিশ্বনাথত মন্ত্ৰী ৰিহণ দৈমাৰী

     বিশ্বনাথ জিলাৰ চৰকাৰী বিভাগসমূহৰ                   কাম-কাজৰ পৰ্যালোচনা                মন্ত্ৰী ৰিহণ দৈমাৰীৰ অসম খবৰ বিশ্বনাথ চাৰিআলি, ৩০ জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ মুহূৰ্তত বিশ্বনাথ জিলাত উপস্থিত থকা জিলাখনৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী তথা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে আজি উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ বিষয়াসকলৰ সৈতে জিলাখনত সংশ্লিষ্ট বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে।  উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জিলাৰ অতিৰিক্ত উপায়ুক্তসকলৰ লগতে বিভাগসমূহৰ দায়িত্বত থকা জিলা পৰ্যায়ৰ…

Read More

চিমলাত উজলিল টীয়কৰ নৃত্যাঞ্জলী

চিমলাত উজলিল টীয়কৰ নৃত্যাঞ্জলী   অসম খবৰ টীয়কৰ পৰা অঞ্জন প্ৰকাশ ২৯ জুলাই:: দেশৰ ২৫ খন ৰাজ্যৰ সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰা হিমাচল প্ৰদেশৰ চিমলাত অনুষ্ঠিত হোৱা “ধৰোহৰ মহোৎসব-২০১৮” ত অংশগ্ৰহণ কৰি যোৰহাট জিলা টীয়কৰ নৃত্যাঞ্জলি একাডেমীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।১৭ জুলাইৰ পৰা ১৯ জুলাইলৈকে অনুষ্ঠিত হোৱা এই মহোৎসবৰ বিভিন্ন প্ৰতিযোগিতাৰ শিতানত অংশ গ্ৰহণ কৰি নৃত্যাঞ্জলিয়ে মুঠ ৩১ টা পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে পঞ্জাবৰ ষ্টেপ আপ দলে ২০টা পুৰস্কাৰ লাভেৰে দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হয় ।উল্লেখ্য এই মহোৎসবৰ সব্বোচ সন্মান ” কলা সংগম ” সন্মান…

Read More

বিজনীত এন, আৰ, চিৰ পূৰ্ণাঙ্গ খচৰা তালিকা প্ৰকাশ

বিজনীত এন, আৰ, চিৰ    পূৰ্ণাঙ্গ খচৰা তালিকা প্ৰকাশ     অসম খবৰ  বিজনীৰ পৰা ৩০ জুলাইঃ চিৰাং জিলাৰ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰ্বমুঠ ১৩ টা সেৱা কেন্দ্ৰত প্ৰকাশ কৰা হয় এন, আৰ, চিৰ সম্পূৰ্ণ খচৰা তালিকা। বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৫,৭৫০ টা পৰিয়ালৰ সৰ্বমুঠ ২,৬৩,৫২৫ জন সদস্যই আবেদন কৰিছিল জাতীয় দলিল স্বৰূপ এন, আৰ, চিৰ বাবে । সম্পূৰ্ণ খচৰাত ২,৩৮,৯৫০ জনৰ নাম অন্তৰ্ভুক্ত হ’ল। ৯.৩ % ৰে বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ২৪,৫৩৫ জনৰ নাম কৰ্তন কৰা হৈছে। এন, আৰ, চিৰ সম্পূৰ্ণ খচৰা তালিকা প্ৰকাশ লৈ চিৰাং বিজনীত শান্তিপূৰ্ণ পৰিবেশ…

Read More

নগাঁৱত গণশিল্পী সূৰ্য দাস ন্যাস গঠন

নগাঁৱত গণশিল্পী সূৰ্য দাস ন্যাস গঠন   ■ কৃতি ছাত্র-ছাত্রীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন   অসম খবৰ@নগাঁও ,২৯ জুলাই মাটি আৰু মানুহৰ গীত গাই হেজাৰ হেজাৰ গুণমুগ্ধক মুহিত কৰা গণশিল্পী সূৰ্য দাসৰ এটি ন্যাস আজি নগাঁওস্থিত ড° বি আৰ আম্বেদকাৰ ভৱনত মুকলি কৰা হয়। ন্যাসৰ দ্বাৰ মুকলি কৰে গণশিল্পী সূৰ্য দাসে। আজি নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ উদ্যোগত ড° আম্বেদকাৰ ভৱনত অনুষ্ঠিত সূৰ্য দাস ন্যাস মুকলি আৰু কৃতি ছাত্র-ছাত্রীৰ বিশেষ সম্বদ্ধনা অনুষ্ঠানত উপষ্ঠিত থাকি বিশিষ্ট কবি, আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয়– সূৰ্য দাস ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান। আমি অসমীয়া…

Read More

যিকোনো পৰিস্থিতিলৈ সাজু নগাঁও জিলা প্ৰশাসন

এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিবলৈ             সাজু নগাঁও জিলা প্ৰশাসন   অসম খবৰ নগাঁও, ২৯ জুলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ চূড়ান্ত তথা সম্পূৰ্ণ খচৰা প্ৰকাশ পাবলৈ মাজত মাথোঁ‌ কেইটামান ঘণ্টা বাকী। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষই সোমবাৰ অৰ্থাৎ ৩০ জুলাইৰ পুৱা ১০ বজাত প্ৰকাশ কৰিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে এই ক্ষণটোলৈ অধীৰ আগ্ৰহৰে বাট চাই ৰৈছে। ইপিনে খচৰা প্ৰকাশৰ পিছত ৰাজ্যখনত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা…

Read More

নগাঁৱত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ ট্ৰেক্টৰ বিতৰণ

নগাঁৱত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন        যোজনাৰ ট্ৰেক্টৰ বিতৰণ  অসম খবৰ নগাঁও অপূৰ্ব হাজৰিকা ২৯ জুলাই দেওবাৰে নগাঁৱত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত জিলাখনৰ ১২৩ টা আত্মসহায়ক গোটৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰা হয় । জিলা কৃষি বিভাগ আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত এই ট্ৰেক্টৰ বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় । নগাঁৱৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাই , মন্ত্ৰী কেশৱ মহন্ত আৰু ৰঞ্জিত দত্ত উপস্থিত থাকে । ট্ৰেক্টৰ বিতৰণৰ এই শুভাৰম্ভ অনুষ্ঠানত সভাৰ মাজতে ৮ টা…

Read More

মৰিগাৱঁত নটসূৰ্য ফণী শৰ্মা স্মৃতি দিৱস আয়োজন

মৰিগাৱঁত নটসূৰ্য ফণী শৰ্মা স্মৃতি দিৱস আয়োজন   অসম খবৰ মৰিগাওঁ ২৯ জুলাই কৃষ্ণ মণি নাথৰ ৰিৰ্পট অসমৰ বিশিষ্ট নাট্যশিল্পী নটসূৰ্য ফণী শৰ্মাৰ ষ্মৃতি দিৱস টি অহা ৩১ জুলাইত দিনযোৰা কায্যসূচীয়ে মৰিগাঁৱৰ নটুৱাগাওঁ নটসূৰ্য ফণী শৰ্মা ষ্মৃতি যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত কৰাৰ হৈছে।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে একবিংশতিতম প্ৰাইজমাণি দিহানাম আৰু লোকগীত প্ৰতিযোগিতা আয়োজন কৰিছে।উদ্যোক্তাসকলে জনোৱা মতে ৩১জুলাই পুৱা সাত বজাত নটুৱাগাওঁ নটসূৰ্য ফণী শৰ্মা ষ্মৃতি যুৱ সংঘৰ কাৰ্য্যালয় প্ৰাংগনত উত্তোলনেৰে কাৰ্য্যসূচী মুকলি কৰিব যুৱ সংঘৰ সভাপতি দ্বীপ কুমাৰ নাথ বন্তি প্ৰজ্বলন কৰিব দয়াৰাম নাথে।শ্বহীদ তৰ্পন কৰিব মুনিন্দ্ৰ…

Read More

বিহালীত অবৈধ অৰুণাচলী সুৰাৰ ভৰ্তি ট্ৰাক জব্দ

বিহালীত অবৈধ অৰুণাচলী সুৰাৰ ভৰ্তি ট্ৰাক জব্দ অসম খবৰ বিহালী ২৯ জুলাই যোৱা নিশা প্ৰায় ১ মান বজাত এক গোপন পম খেদি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথদি গৈ থকা অৱস্থাত এখনি ১০ চকীয়া অবৈধ অৰুণাচলী সুৰাৰ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ বিহালী আৰক্ষীয়ে । জানিব পৰা মতে ১০ চকী অবৈধ অৰুণাচলী সুৰাৰ ভৰ্তি ট্ৰাক খন অৰুণাচল পৰা নাগালেণ্ডৰ অভিমুখে গৈ আছিল তেনেতে এক খবৰ আহে আৰক্ষী লৈ উক্ত খবৰ অনুসৰি ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয় । ইফালে জব্দ কৰা অবৈধ ট্ৰাক খনত ২০ লাখৰো অধিক অৰুনাচলী সুৰাৰ মূল্য বুলি প্ৰকাশ ।…

Read More

নগাঁৱত ড্ৰাগছৰ বৃহৎ ঘাটি উৎখাতঃ

নগাঁৱত ড্ৰাগছৰ বৃহৎ ঘাটি উৎখাত ◆  দুজনক কৰায়ত্ত আৰক্ষীৰ অসম খবৰ নগাঁও ২৮ জুলাই আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই অহা অবৈধ ঘাটিত নগাঁও আৰক্ষীৰ অতৰ্কিত অভিযান চলাই সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা ২৮ কাৰ্টন নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিছে। উল্লেখ্য যে, ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱৰ মাজপাথৰি অঞ্চলত আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই আহিছিল। গোপন সূত্ৰৰ ভিত্তিত নগাঁৱৰ মাজপাথৰিৰ অবৈধ ঘাটিত চলা নগাঁও আৰক্ষীৰ অতৰ্কিত অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ হয়। নগাঁও আৰক্ষীয়ে মদ…

Read More

নগাঁৱত উন্মোচন ‘আন্ধাৰত পোহৰৰ বাট’

নগাঁৱত উন্মোচন হ’ল ৰামধেনু যুগৰ গল্পকাৰ ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ            ‘আন্ধাৰত পোহৰৰ বাট’ অসম খবৰ নগাঁও, ২৮ জুলাই অসমীয়া সমাজ জীৱনৰ হৃদয়-উদ্বেলক ঘটনা প্ৰৱাহেৰে অনুৰণিত ভিন্ন স্বাদৰ গল্পৰে অসমীয়া গল্প-সাহিত্যক চহকী কৰা তথা ৰামধেনু যুগৰ প্ৰয়াত গল্পকাৰ ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ ‘আন্ধাৰত পোহৰৰ বাট’ আজি নগাঁৱত উন্মোচিত হয়। নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তোদী স্মৃতি ভৱনত বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ নৰেন কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট কবি তথা আৰক্ষী বিষয়া নন্দ সিং বৰকলা আৰু তেখেতৰ পত্নী কবিতা ৰাণী দাসৰ সম্পাদনাত…

Read More