মেট্ৰিকৰ ৰিজাল্ট আৰু কিছু চিন্তা !

চিন্তনীয় চিন্তা…! ভৈৰৱ জ্যোতি বৰা   মেট্ৰিকৰ ৰিজাল্ট দিব। আমি সকলো তেওঁলোকক লৈ ব্যস্ত হ’ম। ব্যস্ত হোৱাৰে কথা। ৰিজাল্টৰ ওপৰত ভিত্তি কৰি আমি স্থিৰ কৰিম কোন ভাল আৰু কোন বেয়া। শতাংশই নিৰ্ধাৰণ কৰিব এজন ছাত্ৰৰ চৰিত্ৰ! আমি সকলো উবুৰি খাই পৰিম শুভেচ্ছা জনোৱাত। বাৰু এটা হিচাপ কৰি চাওঁ আহকচোন। যোৱা ২০ টা বছৰত কেইজন ছাত্ৰই স্থান লাভ কৰিলে? কেইজনৰ নাম আপোনাৰ মনত আছে? কেইজন স্থান লাভ কৰা ছাত্ৰই জাতিৰ বাবে অঞ্চলৰ বাবে কি বিশেষ অৱদান আগবঢ়ালে? ভাষা- সংস্কৃতিৰ প্ৰতি অৱদান কি? ক’ব পাৰিব? আমি প্ৰতি বছৰে এচাম মেধা ছাত্ৰক লৈ…

Read More

জাগক আৰু জগাওক…!

জাগক আৰু জগাওক 📃বৰ্ণালী নেওগ, গান্ধীবস্তি,গুৱাহাটী  ৰাইজ এটা কথা মনত ৰাখিব এই বিধেয়েক খনত অকল হিন্দু বাংলাদেশীয়েই উল্লেখ নাই । ৬ টা কৈ বেলেগ জাতি ধৰ্ম সোমাই আছে । এই বিলখন পাছ হলে হিন্দু, শিখ, পাৰ্চী, বৌদ্ধিজ, নেপালী, খৃষ্টান, ইত্যাদি….ভাৰতবৰ্ষৰ যিকোনো ঠাইত তেঁওলোকে থাকিব পাৰিব তেঁলোকৰ সুবিধা অনুযায়ী । ৰাইজ আপোনালোকে ভাবকছোন মোৰ ঘৰত ১০ টা কোঠা আছে । ইতিমধ্যে তাৰে ৬ টা কোঠা এটা বিদেশী জাতিয়ে আহি দখল কৰি বহি আছে । বাকি চাৰিটা কোঠা মোক নিজকে নোজোৰে । সেই চাৰিটা কোঠাৰ পৰা মোক খেদাই আন এটা বিদেশী জাতি আনিবলৈ…

Read More

অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

অসমলৈ বিদেশী আনিব বিচৰাসকলে অঞ্জন শৰ্মা মহোদয়ৰ এই লিখনিটো পঢ়ি চাবচোন৷ কিবা মনত পৰেইবা!! 📃 দ্বীপেন লহকৰ (বি: দ্ৰষ্টব‍্য: ১৯৮০ চনৰ ৩০ জানুৱাৰী তাৰিখৰ ‘সাপ্তাহিক নীলাচল’ কাকতৰ সম্পূৰ্ণ প্ৰথম পৃষ্ঠা জুৰি মোৰ এটা লেখা প্ৰকাশ হৈছিল। কেইজনমান বন্ধুৰ অনুৰোধত লেখাটো ৩৮ বছৰৰ পিছত আগবঢ়ালো। মোৰ অনুৰোধ, দয়া কৰি আপোনালোকে ১৯৮০ চনলৈ যাত্ৰা কৰি লেখাটো পঢ়িবলৈ যত্ন কৰিব।) অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই ………………………………………………. অঞ্জন শৰ্মা (১) টিপলিং পুলিচ চকীৰ সন্মুখৰ দেৱালখন অগ্নিনিৰ্বাপক বাহিনীৰ পানীৰ পাইপৰ দ্বাৰা ধুই পেলোৱা হৈছে। অৰ্থাৎ, কেঁচা তেজেৰে ৰঙা হৈ থকা ‘OIL INDIA’ৰ দেৱালখনৰ পৰা তেজবোৰ…

Read More