কাঠফুলা খেতিৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এজন উদ্যমী যুৱকে

কাঠফুলা খেতিৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এজন উদ্যমী যুৱকে ছাদিকুজ জামান, মোৰাঝাৰ,৯৬৭৮০১৫০১৬ যিসময়ত চাকৰি বিচাৰি ৰাজ্যৰ নিৱনুৱাই হাবাথুৰি খাইছে । কাম বিচাৰি বহি:ৰাজ্য বা বহি: ৰাষ্ট্ৰলৈ ঢাপলি মেলিছে ,তেনে এক সময়তে হোজাই জিলাৰ নীলবাগানৰ উওৰ আশীনগৰৰ বাসিন্দা আফতাব উদ্দিন লস্কৰৰ সুযোগ্য সন্তান উদ্যমী যুৱক মস্তাক আহমেদ লস্কৰে কাঠফুলা খেতিৰে উদ্যমীতা বাট দেখুৱাইছে। আপুনি হয়তো মাচৰুম চিনি পাবলৈ সক্ষম হোৱা নাই । যাক কাঠফুলা বুলি কোৱা হয় । কাঠফুলা খেতি কৰি সকলো লোকৰ বাবে এক লাভজনক ব্যৱসায় সেই কথা দাঙি ধৰিছে মস্তাক আহমেদে।তেঁওৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ নাম এম এন নাৰ্চাৰী তথা…

Read More

ড° মঞ্জিৎ দিহিঙ্গীয়ালৈ অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ-২০১৮ বৰ্ষৰ বটাঁ

অসমলৈ গৌৰৱ কুসুমটোলা জোৱান তথা গহপুৰ বালিজানৰ ড° মঞ্জিৎ দিহিঙ্গীয়ালৈ অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ-২০১৮ বৰ্ষৰ বটাঁ অসম খবৰ@ষ্টাফ ৰিপ’ৰ্টাৰ শ্ৰীমন্ত দাস,২ জুলাইঃ- যোৱা ১ জুলাই ২০১৮ তাৰিখৰে মধ্যপ্ৰদেশৰ জৱলপুৰ ৰানি দুৰ্গাৱতী সংগ্ৰহালয়ত অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ কমিটিয়ে আয়োজন কৰা অটল ৰাষ্ট্ৰীয় গৌৰৱ অলংকৰণ-২০১৮বৰ্ষৰ বটাঁ বিতৰণ সভাত বিশ্বনাথ জিলা গহপুৰ বালিজান কটকী চুকৰ নিবাসী প্ৰয়াত টংঙ্কেশ্বৰ দিহিঙ্গীয়া দ্বিতীয় পুত্ৰ ড°মঞ্জিৎ দিহিঙ্গীয়ালৈ। জানিব পৰা মতে ড৹ মঞ্জিৎতে চাইকেলিং,আৰু মাৰাথান দৌৰ লগতে নিষ্ঠাৰ আৰু নিজৰ দায়বদ্ধ মাজত ৰাখি অহৰহ সমাজৰ সেৱা ফলত সমিতি খনে লাইভ টাইম এচিভমেন্ট দুটাকৈ বটাঁ বাবে নিৰ্বাচিত কৰি বটাঁ…

Read More

কুশল কলিতাক ‘লোকভাষা-সৰস্বতী’ বঁটা প্ৰদান :

ৰাষ্ট্ৰীয় সংস্কৃত মহাধিৱেশনত অসমৰ সংস্কৃত প্ৰচাৰক কুশল কলিতাক ‘লোকভাষা-সৰস্বতী’ বঁটা প্ৰদান : অসম খবৰ@উজ্জ্বল জোতি ডেকা, দৰং, ২৯ মে :-  পুৰীত যোৱা ২৫ মে’ ৰ পৰা তিনি দিনীয়াকৈ চলি থকা ৰাষ্ট্ৰীয় সংস্কৃত মহাধিৱেশনত ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ অধীনস্থ ‘সদাশিৱ সংস্কৃত বিশ্ববিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সমাপন সমাৰোহত অসমৰ মঙলদৈৰ সন্তান জ্ঞানবিকাশ একাডেমীৰ অধ্যক্ষ কুশল কলিতাক দেশৰ অান ১৪ গৰাকী সংস্কৃত সেৱকৰ সৈতে ‘লোকভাষা-সৰস্বতী’ বঁটাৰে সন্মানীত কৰা হয় । সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যৰে সংস্কৃত পণ্ডিত আৰু অধ্যাপক সকল উপস্থিত থকা বিশাল গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত পুৰীৰ চাকেট ধাম মথৰ স্বামী ছিতা মহানন্দ সৰস্বতী দেৱে বঁটাসমূহ…

Read More

খাকী পোছাকৰ আঁৰৰ এজন মহান ব্যক্তি….

খাকী পোছাকৰ আঁৰৰ এজন মহান ব্যক্তি নিজৰ দৰমহাৰ টকাৰে দুখীয়াক দান কৰে অন্ন -বস্ত্ৰ অসমৰ প্ৰতিটো দুখীয়া পৰিয়ালৰ লগত সম্পর্ক ৰক্ষা কৰাৰ সংকল্প এই জন লোকৰ অসম খবৰ,ডিজিটেল নিউজ ডেস্ক@ 📨 (নবুল কোঁৱৰ) খাঁকী পোছাঁক মানেই আমাৰ মানসপটত ভাঁহি আহে খাকী পোছাক পৰিহিত, হাতত বন্দুক অথবা লাঠী লৈ মানুহক ভয় দেখুওৱা এজন ব্যক্তিৰ ছবি। সাধাৰণতে তেঁওলোক কঠুৱা স্বভাৱৰ আৰু ৰুক্ষতাৰে কাম কৰা ব্যক্তি যেন লাগিলেও এয়া সকলো সময়তে শুদ্ধ নহয়। আমি আজি আপোনালোকৰ আগত এনে এজন সৈনিকৰ সৈতে চিনাকী কৰি দিম যি জন সৈনিকে নিজৰ দৰমহাৰ টকাৰে দুখীয়াক দান কৰি মানব…

Read More

নাজিৰাত ‘Mission Egg’ ৰ শুভাৰম্ভ

নাজিৰাত ‘Mission Egg’ ৰ শুভাৰম্ভ “MISSION EGG- ঘৰে ঘৰে কুকুৰা”   অসম খবৰ, নাজিৰা -১১ মে’ :- “চোতালতে কৰো কুকুৰা পালন, ঘৰতেই কৰো পুষ্টিকৰ কনীৰ উৎপাদন…” মহকুমাধিপতি ৰাজীৱ থাপাৰ সভাপতিত্বত ২০০ ৰো অধিক মহিলাৰ অংশগ্ৰহনত বৃহস্পতিবাৰে এখন সভা অনুস্থিত হয়। মুলত গ্ৰাম্য অঞ্চলৰ পুৰুষ-মহিলা আৰু যুৱক যুৱতীসকলক স্বাবলম্বী কৰি আত্মনিয়োজনৰ দ্বাৰা কৃষিপ্ৰধান গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে অনুস্থিত কৰা হয় এই সভা। নাজিৰা মহকুমা প্ৰশাসন, বেচৰকাৰী সংগঠন ফেহুঁজালি আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নাজিৰা খণ্ড অভিযান পৰিচালনা শাখাৰ যৌথ উদ্যোগত অনুস্থিত হোৱা সভাত মহকুমাধিপতি ৰাজীৱ থাপাই Mission Egg ৰ শুভাৰম্ভ…

Read More

ব্লেক বেল্ট ডিগ্ৰী সঞ্চিয়তালৈ

ব্লেক বেল্ট ডিগ্ৰী  সঞ্চিয়তালৈ অসম খবৰ, নিউজ ডেস্ক, চতিয়া, ১০ মে :- যোৱা ৫ আৰু ৬ মে’ তাৰিখে তেজপুৰ হেম বৰুৱা ভৱনত অনুষ্ঠিত হৈ যোৱা সপ্তম বাৰ্ষিক টেনচিন কান চটকান কেৰাটেৰ ৰাজ্যিক কৰ্মশালা আৰু ব্লেক বেল্ট প্ৰতিযোগীতাত তেজপুৰৰ সঞ্চিয়তা সুজান শৰ্মাই অংশগ্ৰহণ কৰি কাই(KAI) ৰ ব্লেক বেল্ট আৰু ষ্টাইল ব্লেক বেল্ট প্ৰতিযোগীতাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ব্লেক বেল্ট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় । যোৱা  ৬মে’ তাৰিখে সামৰণি অনুষ্ঠানত টেনচিন কান চটকান কাৰাটে ফেডাৰেচনৰ মূখ্য প্ৰশিক্ষক, এছিয়ান কাৰাটে ফেডাৰেচনৰ ‘এ’ গ্ৰেড বিচাৰক তথা কাৰাটে এছচিয়েছন অফ ইণ্ডিয়া (KAI) ৰ ৰেফাৰী কমিচনৰ…

Read More

UPSC পৰীক্ষা-২০১৮ বৰ্ষত অসমৰ এঘাৰ গৰাকী সন্তানে স্থান লাভ কৰিবলৈ সক্ষম হৈছে, সকলোলৈকে আন্তৰিক অভিনন্দন !

UPSC পৰীক্ষা-২০১৮ বৰ্ষত অসমৰ এঘাৰ গৰাকী সন্তানে স্থান লাভ কৰিবলৈ সক্ষম হৈছে, সকলোলৈকে আন্তৰিক অভিনন্দন ! Posted on April 28, 2018 by asomkhobor UPSC পৰীক্ষা-২০১৮ বৰ্ষত অসমৰ এঘাৰ গৰাকী সন্তানে স্থান লাভ কৰিছে। তেওঁলোকৰ ভিতৰত দুগৰাকীয়ে প্ৰথম এশজনৰ ভিতৰত স্থন লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে……… তেখেতসকল হ’ল:- ● শ্ৰীযুতা বিপাশা কলিতা, সৰ্বভাৰতীয় স্থান ৪১ ● শ্ৰীযুত স্বপ্ননীল পাল, সৰ্বভাৰতীয় স্থান ৬৪ ● শ্ৰীযুতা মৃগাক্ষী ডেকা, সৰ্বভাৰতীয় স্থান ১২৬ ● শ্ৰীযুত অৰণ্যক শইকীয়া, সৰ্বভাৰতীয় স্থান ১৪৮ ● শ্ৰীযুত পূৰ্ণ বৰা, সৰ্বভাৰতীয় স্থান ১৪৯ ● শ্ৰীযযুতা মনালীকা বুঢ়াগোহাই, সৰ্বভাৰতীয় স্থান ২৩০ ● শ্ৰীযুতা মামনী দলে, সৰ্বভাৰতীয়…

Read More

কেৱল গামোচায়েই নহয় !

কেৱল গামোচায়েই নহয় !   মনোৰম গগৈ, জ্যোষ্ঠ সাংবাদিক, গুৱাহাটী অসমৰ পৰম্পৰাগত সাজ-পাৰ যেনে মেখেলা-চাদৰ, আৰ’নাই, দখনাকে ধৰি সকলো জনগোষ্ঠীৰ সাজ-পাৰবোৰ বাহিৰৰ পৰা আমদানি কৰা বন্ধ কৰিলেহে আমাৰ অৰ্থনৈতিক ভেটি সুদৃঢ়কৈ গঢ়িব পৰা যাব। বহিৰাগত ব্যৱসায়ীয়ে অসমৰ মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ চেন্নাইকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত মেচিনত তৈয়াৰ কৰি অতি নিম্নমানৰ গামোচাৰে অসমৰ বজাৰ ভৰাই দি আহিছে। যোৱা কেইবাবছৰ ধৰি এই বহিৰাগত গামোচাৰ বিৰুদ্ধে অসমৰ ৰাইজক সজাগ-সচেতন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। অসম চৰকাৰে বিশেষ উদ্যোগ লৈ কেৱল গুৱাহাটীতে নহয়, সমগ্ৰ অসমতে আমদানিকৃত বহিৰাগত গামোচাৰ বিক্ৰী নিষিদ্ধ কৰা উচিত। যোৱা বছৰ…

Read More