বিশ্বকাপ মহিলা হকীত ইংলেণ্ডৰ ড্ৰ’ৰে ভাৰত

বিশ্বকাপ মহিলা হকীত ইংলেণ্ডৰ ড্ৰ’ৰে ভাৰত অসম খবৰ গুৱাহাটী,জুলাই-২২:  শনিবাৰৰ পৰা ইলেণ্ডত আৰম্ভ হোৱা চতুৰ্দশ “মহিলা বিশ্বকাপ ২০১৮” ৰ গ্ৰুপ খ শাখাৰ প্ৰথম খন খেলত আয়োজক দল ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলটো অৱতীৰ্ণ হয়। অলিম্পিক চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ আত্মবিশ্বাস কোনো গুণে কম দেখা পৰিলক্ষিত নহ’ল। খেলৰ আৰম্ভণিৰে পৰা ভাৰতীয় মহিলা দলটোত দেখা গৈছিল আক্ৰমণাত্মকতা। খেলৰ আৰম্ভ হোৱাৰ ২৫ মি: পাছতে বিশ্বৰ ভিতৰতে ২য় স্থানত থকা ইংলেণ্ডৰ মহিলা হকী দলটোৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে ১-০ ৰ অগ্ৰগতি লাভ কৰে। ভাৰতৰ হৈ প্ৰথমটো গোল কৰে নেহা গোৱেলে। উল্লেখ যে, প্ৰথম ভাগত ইংলেণ্ডে ২০আৰু২২…

Read More