ৰক্তদান জীৱন দান 📝 নয়ন জ্যোতি কটকী

ৰক্তদান জীৱন দান —————————— আমাৰ গৌৰৱ ৰক্তদাতা     নয়ন জ্যোতি কটকী…   অসম চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা পূণ্যধৰ সোণোৱাল নামৰ এগৰাকী ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ৰক্তদান কৰে ৰক্তদাতা নয়ন জ্যোতি কটকী ডাঙৰীয়াই … ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন আদিত্য শৰ্মাৰ সহযোগত নিজৰ কৰ্মব্যস্ততাৰ মাজত আৰ্তজনৰ বাবে অকণমান সময় উলিয়াই ৰক্তদানৰ বাবে আগবাঢ়ি আহে সন্মানীয় সোণোৱাল ডাঙৰীয়া… ৰক্তদানৰ দৰে এক মহান কৰ্মৰে জনসাধাৰণৰ মাজত মানৱীয়তাৰ পৰিচয় দিয়া বাবে সন্মানীয় নয়নজ্যোতি কটকী দেৱৰ সু স্বাস্থ্যৰ কামনা কৰি তেখেতক আমাৰ ৰক্তই জীৱনৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো…

Read More

১৪ খনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অগপ

1589প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অগপ অগপৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বিজেপিৰ৷এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ৷ সভাপতিগৰাকীয়ে কয়- ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ আছে আৰু এই মিত্ৰতা লোকসভাতো থাকিব৷ ৰঞ্জিত দাসৰ মন্তব্যৰ প্ৰসঙ্গত অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰতিক্ৰিয়া- বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৈছে অগপৰে বিজেপিৰ মিত্ৰতা থাকিব৷ কিন্তু এই বিষয়টো মুখেৰে ক’লে নহ’ব, আনুষ্ঠানিকভাৱে অগপক পত্ৰ দিব লাগিব৷ মিত্ৰতাৰ প্ৰসঙ্গত  অগপ নেতা কলিতাই স্পষ্ট কৰি দিয়ে যে মিত্ৰতা হ’লেও ন্যূনতম পাঁচখন লোকসভাৰ আসন অগপক লাগিব৷ লোকসভা নিৰ্বাচনত ১৪খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অগপ সাজু আছে বুলি অগপৰ…

Read More

রাজশাহীর মেয়র প্রার্থী এএইচএম খায়রুজ্জামান লিটন নজরুল ইসলাম তোফা

রাজশাহীর মেয়র প্রার্থী এএইচএম খায়রুজ্জামান লিটন নজরুল ইসলাম তোফা লেখক: নজরুল ইসলাম তোফা, টিভি ও মঞ্চ অভিনেতা, চিত্রশিল্পী, সাংবাদিক, কলামিষ্ট এবং প্রভাষক। রাজশাহীকে বদলে দেয়ার অঙ্গীকার নিয়ে ইতোমধ্যেই ক্ষমতাশীন দলের নেতা এ এইচ এম খায়রুজ্জামান লিটন সহ অনেক নেতা কর্মীরা মিলিত হয়ে যেন জয়ের হিসাব নিকাশ কষে নির্বাচনী প্রচারণায় চালিয়ে যাচ্ছেন। রাজশাহী মহা নগরীর একজন সন্তান জনগণের খুবই প্রিয় নেতা। রাজশাহী মহানগরীর সাবেক এবং সফল মেয়র এ এইচ এম খায়রুজ্জামান লিটন। জাতীয় ৪ নেতার অন্যতম শহীদ, এ এইচ এম কামারুজ্জামানের সুযোগ্য পুত্র তিনি। এ এইচ এম খায়রুজ্জামান লিটন রাজশাহী অঞ্চল…

Read More

গহপুৰত ৰাজ্যিক বিজ্ঞান মেলা আৰম্ভ

গহপুৰত ৰাজ্যিক বিজ্ঞান মেলা আৰম্ভ অসম খবৰ@পৰাশ শইকীয়া,গহপুৰ ৪ জুলাই: সদৌ অসম মইনা পাৰিজাত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ‍্যা আৰু পৰিৱেশ পৰিষদৰ যৌথ উদ্যোগ ৰাজ‍্যিক বিজ্ঞান মেলা ২০১৮ আজিৰে পৰা আৰম্ভ হৈছে । বিজ্ঞান মেলাত গহপুৰ জিলা মইনা পাৰিজাতৰ মইনা ডুবিয়া আদৰ্শ সুধাকণ্ঠ মইনা পাৰিজাতৰ মইনা গৌৰৱ ভূঞা আৰু মানস মৌচম গগৈ আদি লগতে বহু কণ কণ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Read More

গোলকগঞ্জ বজাৰৰ হাক্কানী খানকাহ মছজিদ আৰু পূৰনি দুৰ্গা মন্দিৰঃ

গোলকগঞ্জ বজাৰৰ হাক্কানী খানকাহ মছজিদ আৰু পূৰনি দুৰ্গা মন্দিৰঃ গোলকগঞ্জ বজাৰৰ মাজ মজিয়াত অবস্থিত এই দুয়োখন ধৰ্মীয় প্ৰতিষ্ঠান। দুয়োখনৰ মাজৰ দূডঃঃ কেবল বেৰ এখন। পূৰনি দুৰ্গা মন্দিৰৰ মাটি দান কৰে গোলকগঞ্জৰ জমিদাৰ প্ৰধানী পৰিয়ালে। এই দুয়োখন ধৰ্মীয় প্ৰতিষ্ঠানৰ গাতেই লাগি আছে 40 টা পৰিয়ালৰ সৰু এখন মুছলমান গাঁও। প্ৰধানী পৰিয়ালৰ অতিকৈ ঘনিষ্ঠ এই পৰিয়াল সমূহ। এই গাঁওৰে এজন ব্যক্তি দুৰ্গা মন্দিৰৰ সদস্য। এই গাঁও খনত বঙাইগাঁও জিলাৰ চলন্ত পাৰাৰ পৰা এজন শিক্ষক আহি আধা বিঘা মাটি কিনিলৈ ঘৰ বনায়। শিক্ষকজন যথেষ্ট ধাৰ্মিক আছিল। সকলোৱে তেখেতক সেখ হুজুৰ বুলি মাতিছিল। তেখেত…

Read More

বিশ্বনাথত যোগ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

বিশ্বনাথত যোগ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি কাইলৈৰ পৰা চাৰিদিনীয়াকৈ বিনামূলীয়া যোগ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন অসম খবৰ@ বিশ্বনাথ চাৰিআলি, ১৫ জুনঃ “সমন্বয় আৰু শান্তিৰ বাবে যোগ” – এই বাণীৰে যোৱা ২০১৫ চনৰে পৰা বিশ্বজুৰি উদযাপিত হৈ আহিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো চতুৰ্থবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পতঞ্জলি যোগপীঠৰ বিশ্বনাথ জিলা সমিতিৰ সহযোগত অহা ২১ জুনত বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা ৭ বজাৰ পৰা এই দিৱসৰ মূল কাৰ্যসূচী আৰম্ভ হ’ব।…

Read More

প্ৰমূল্যবোধৰ শিক্ষা প্ৰৱৰ্তন হওঁক

প্ৰমূল্যবোধৰ শিক্ষা প্ৰৱৰ্তন হওঁক অত্যাধিক ভোগবাদৰ  আগ্ৰাসনে মনুষ্যত্বৰ অৱক্ষয় ঘটি সমাজ বিপৰীতমুখী যাত্ৰা কৰিছে । চৌদিশে ধ্বংসমুখী দাবানলে গিলি যাব ধৰিছে প্ৰজন্মৰ সোণালী বাট ।জানোচা সভ্যতাৰ জখলা ডালেৰে অসভ্যতা,বৰ্বৰতা উৰ্ধগামি হৈ আকাশ চুইছে। ইয়াৰ কাৰণ কি ? এবাৰ ফঁহিয়াই চালেই বুজি পোৱা যাব । প্ৰধানত ঘৰুৱা আৰু পাৰিপাৰ্শিক পৰিৱেশে ইন্ধন জোগাইছে এই স্খলনত । অভিভাৱক, পিতৃ-মাতৃৰ চাৰিত্ৰিক অৱনমন প্ৰায় অনুসৰণ কৰে শিশু সকলে । সেয়ে পিতৃ-মাতৃ সংস্কাৰ সম্পন্ন হোৱা বাঞ্ছনীয় । পিতৃয়ে সন্তানৰ আগত মাদক দ্ৰব্য সেৱন, গালি-গালাজ, মাৰ-পিট আদিৰ পৰা বিৰত থাকিব লাগিব । সন্তানক সহানুভূতিশীল, দয়া ,পক্ষপাতহীনতা, ন্যায়-…

Read More

মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা আৰু মাত্ৰাধিক প্ৰচাৰ…

দীলিপ কুমাৰ বৰা ডাঙৰীয়াৰ এটা ফেচবুক পোষ্ট ⬇ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা আৰু মাত্ৰাধিক প্ৰচাৰ   যোৱা ৫ মে, ২০১৭ তাৰিখে কেৰেলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই বছৰৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হৈছিল। সেই পৰীক্ষাত কেৰেলাৰ কন্নোৰ জিলাৰ মালোৰ বোলা গাওঁখনৰ ৰাফছিনা নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী এগৰাকীয়ে মুঠ ১২০০ নম্বৰৰ ভিতৰত ১১৮০ নম্বৰ লাভ কৰি এক ইতিহাস ৰচনা কৰিছিল। এটা কোঠাৰ এটা ঘৰত চাৰিজনীয়া এটা পৰিয়ালৰ সদস্যা ৰাফছিনাই দৰিদ্ৰতাক নেওচি কঠোৰ সংগ্ৰাম আৰু নিৰলস সাধনাৰ বলত এই সফলতা আৰ্জন কৰিবলৈ সক্ষম হৈছিল। ফলাফল ঘোষণাৰ পিছতে ৰাফছিনাহঁতৰ ঘৰলৈ তাইক সম্বৰ্ধনা জনাবলৈ বিভিন্ন…

Read More

অসমীয়া বাঙালী জিন্দাবাদ 📰অনুৰাধা শৰ্মা পূজাৰী

অসমীয়া বাঙালী জিন্দাবাদ                                                                      📰অনুৰাধা শৰ্মা পূজাৰী   “অসমৰ যিসকল লোকে বাতৰিকাকত, আলোচনী নিয়মীয়াকৈ পঢ়ে, তেখেতসকলে বিশ্বজিৎ চক্ৰৱৰ্তী নামৰ এজন লেখকৰ লিখা নিশ্চয় পঢ়িছে । বিশ্বজিৎ চক্ৰৱৰ্তী বামপন্থাৰ আদৰ্শৰে অনুপ্ৰাণিত যদিও মুক্ত চিন্তাত বিশ্বাসী । তেখেত এসময়ত যোৰহাটৰ বাংলা মাধ্যমৰ বিদ্যালয় লক্ষী ইউনিয়নৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল আৰু সেই বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল । অত্যন্ত অধ্যয়নপিপাসু এই…

Read More

ঐতিহাসিক বাখৰ বেঙেনাই স্হান পালে ভাৰতীয় ডাকত

বকতাবাসীলৈ বাবে ভাল খবৰ ঐতিহাসিক বাখৰ বেঙেনাই স্হান পালে ভাৰতীয় ডাকত অসম খবৰ, নাজিৰা, ১২ মে:- ঐতিহাসিক শিৱসাগৰ জিলাৰ বকতা মৌজাৰ মধ্যমস্থলতেই অৱস্থিত ৫৮০ বছৰ পুৰণি বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা। এই গছজোপাৰ নামেৰে‌ই এই বৃহৎ অঞ্চলটোত গঢ় লৈ উঠিছে বহু অনুষ্ঠান-প্ৰতিষ্ঠান। সমগ্ৰ শিৱসাগৰ তথা অসমবাসীৰ অহংকাৰ এই বাখৰবেঙেনা বৃক্ষ। এই বকতা বাখৰবেঙেনা বাসীৰ বাবে সু খবৰ তথা গৌৰৱৰ খবৰে সমগ্ৰ বকতাবাসীলৈ আহিছে। বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা বৃক্ষৰ ছবিয়ে স্হান পালে ভাৰতীয় ডাক বিভাগত৷ ৫৮০ বছৰ পুৰণি বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনাৰ ছবি সম্বলিত হল ভাৰতীয় ডাকত৷ ৬ মে দেওবাৰে শিৱসাগৰ জিলাৰ…

Read More

খাকী পোছাকৰ আঁৰৰ এজন মহান ব্যক্তি….

খাকী পোছাকৰ আঁৰৰ এজন মহান ব্যক্তি নিজৰ দৰমহাৰ টকাৰে দুখীয়াক দান কৰে অন্ন -বস্ত্ৰ অসমৰ প্ৰতিটো দুখীয়া পৰিয়ালৰ লগত সম্পর্ক ৰক্ষা কৰাৰ সংকল্প এই জন লোকৰ অসম খবৰ,ডিজিটেল নিউজ ডেস্ক@ 📨 (নবুল কোঁৱৰ) খাঁকী পোছাঁক মানেই আমাৰ মানসপটত ভাঁহি আহে খাকী পোছাক পৰিহিত, হাতত বন্দুক অথবা লাঠী লৈ মানুহক ভয় দেখুওৱা এজন ব্যক্তিৰ ছবি। সাধাৰণতে তেঁওলোক কঠুৱা স্বভাৱৰ আৰু ৰুক্ষতাৰে কাম কৰা ব্যক্তি যেন লাগিলেও এয়া সকলো সময়তে শুদ্ধ নহয়। আমি আজি আপোনালোকৰ আগত এনে এজন সৈনিকৰ সৈতে চিনাকী কৰি দিম যি জন সৈনিকে নিজৰ দৰমহাৰ টকাৰে দুখীয়াক দান কৰি মানব…

Read More

অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

অসমলৈ বিদেশী আনিব বিচৰাসকলে অঞ্জন শৰ্মা মহোদয়ৰ এই লিখনিটো পঢ়ি চাবচোন৷ কিবা মনত পৰেইবা!! 📃 দ্বীপেন লহকৰ (বি: দ্ৰষ্টব‍্য: ১৯৮০ চনৰ ৩০ জানুৱাৰী তাৰিখৰ ‘সাপ্তাহিক নীলাচল’ কাকতৰ সম্পূৰ্ণ প্ৰথম পৃষ্ঠা জুৰি মোৰ এটা লেখা প্ৰকাশ হৈছিল। কেইজনমান বন্ধুৰ অনুৰোধত লেখাটো ৩৮ বছৰৰ পিছত আগবঢ়ালো। মোৰ অনুৰোধ, দয়া কৰি আপোনালোকে ১৯৮০ চনলৈ যাত্ৰা কৰি লেখাটো পঢ়িবলৈ যত্ন কৰিব।) অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই ………………………………………………. অঞ্জন শৰ্মা (১) টিপলিং পুলিচ চকীৰ সন্মুখৰ দেৱালখন অগ্নিনিৰ্বাপক বাহিনীৰ পানীৰ পাইপৰ দ্বাৰা ধুই পেলোৱা হৈছে। অৰ্থাৎ, কেঁচা তেজেৰে ৰঙা হৈ থকা ‘OIL INDIA’ৰ দেৱালখনৰ পৰা তেজবোৰ…

Read More

অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা

অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা Posted on April 28, 2018 by asomkhobor অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা                   মঃ নুৰ হুছেইন,  বিশ্বনাথ চাৰিআলি,                       মোবাইলঃ ৮৬৩৮০-৮৩০২৬     অৱশেষত মন্ত্ৰীসভা গঠনৰ দুবছৰ পাছত সৰ্বানন্দ সোণোৱাল-নেতৃত্বাধীন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ল । অসমৰ ৰাজনীতিত অভিলেখ সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানবিহীন পূৰ্নাঙ্গ মন্ত্ৰীসভা গঠন কৰিলে । প্ৰাক স্বাধীনতা কাল তথা স্বাধীনতাৰ পৰবৰ্ত্তী সময়ত এয়া প্ৰথমবাৰৰ মন্ত্ৰীসভাত উপেক্ষিত এক বিশেষ সম্প্ৰদায়ৰ প্ৰতিনিধি ।…

Read More