কামৰূপ জিলা পৰিবহণ কাৰ্য্যালয়ৰ পথ সুৰক্ষা সপ্তাহ পালন

পথ সুৰক্ষা সপ্তাহ উপলক্ষে জনসাধাৰণক যান-বাহন আইন সম্পৰ্কত সজাগ কৰাৰ বাবে কামৰূপ জিলা গ্ৰাম্য পৰিবহন বিভাগৰ উদ্যোগত ৰঙিয়াৰ ঐতিহ্য মণ্ডিত হৰদত্ত-বীৰদত্ত ভৱন প্ৰাংগণত আজি এক সজাগতা মূলক সভা এখন অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটোত কামৰূপ জিলাৰ পৰিবহণ বিষয়া প্ৰবীণ বিহাৰী দাসে পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা আনিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই। বাইক চলোৱাৰ সময়ত চলাকজনে হেলমেট পৰিধান কৰাৰ লগতেপিছফালে থকা আৰোহীজনেও যাত্ৰাৰ সময়ত হেলমেট পৰিধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিষয়া গৰাকীয়ে নিয়ন্ত্ৰিত গতিত গাড়ী চলোৱা,যান-বাহন আইন মানি চলা আদিৰ সম্পৰ্কত পৰামৰ্শ প্ৰদান কৰাৰ উপৰি ট্ৰেফিক সংকেট, জেব্ৰা ক্ৰছিং আদিৰ লগতে নিশা যান…

Read More

দেশৰ আগশাৰীৰ চিকিৎসকৰ দ্বাৰা চানমাৰিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

দেশৰ আগশাৰীৰ চিকিৎসকৰ দ্বাৰা চানমাৰিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ডিজিটেল ডেস্ক,গুৱাহাটীঃ- আজি দিনযোৰা কাৰ্যসূচীৰে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। অটল অমৃত অভিযানৰ উদ্যোগত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ সহযোগত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ এই শিবিৰ অনুষ্ঠিত হয়। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত বৃক্কজনিত ৰোগ, হৃদৰোগ, স্নায়বিক ৰোগ, নৱজাতকৰ ৰোগ, কৰ্কট ৰোগ, জুয়ে পোৰা আদি বিভিন্ন ৰোগৰ চিকিৎসা দেশৰ কেইবাখনো আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ অভিজ্ঞ চিকিৎসকৰ দ্বৰা আগবঢ়োৱা হয়। আজিৰ এই স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থকা উল্লখযোগ্য চিকিৎসা প্ৰতিষ্ঠানকেইটাৰ ভিতৰত আৰ্টেমিছ, গুড়গাঁও,…

Read More

জাতীয় সংগঠনৰ প্ৰতিবাদত সেও মানিলে মুকেশ হুণ্ডাইৰ স্বত্ত্বাধিকাৰীয়ে

জাতীয় সংগঠনৰ প্ৰতিবাদত সেও মানিলে মুকেশ হুণ্ডাইৰ স্বত্ত্বাধিকাৰীয়ে অসম খবৰ@ ষ্টাফ ৰিপ’ৰ্টাৰ গুৱাহাটী, ৬ জুলাইঃ অৱশেষত মুকেশ হুণ্ডাইৰ স্বেচ্ছাচাৰী আৰু দাম্ভিক স্বত্ত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই নিজৰ কৃতকৰ্মৰ বাবে অসমৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গৰ সন্মুখতৰাজহুৱাভাৱে ক্ষমা খোজাৰ প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হ’ল। উল্লেখ্য যে এইগৰাকী স্বত্ত্বাধিকাৰীয়ে যোৱা ৪ জুলাই তাৰিখে মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত ছাৰ্ভিচ চেণ্টাৰৰ কৰ্মচাৰী কমল দাসৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল।কৰ্মক্ষেত্ৰত থলুৱা কৰ্মচাৰীক বহিৰাগত বণিয়াই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অপদস্থ কৰা ঘটনাক লৈ কালি গণেশগুৰিস্থিত মুকেশ হুণ্ডাইৰ ছাৰ্ভিচ চেণ্টাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে, বদমেজাজী স্বত্ত্বাধিকাৰীগৰাকীক এই গৰ্হিত কাৰ্যৰ বাবে শীঘ্ৰে…

Read More

Mukesh Hyundai showroom at Ganeshguri in Guwahati and its servicing centre would remain closed until

The Mukesh Hyundai showroom at Ganeshguri in Guwahati and its servicing centre would remain closed until and unless Rishabh Himatsingka ASOM KHOBOR@JAHIDUL ISLAM, Staff Reporter, Guwahati,6 July :- The Mukesh Hyundai showroom at Ganeshguri in Guwahati and its servicing centre would remain closed until and unless Rishabh Himatsingka, the owner of the company, does not apologise publicly for assaulting one of his employees in front of other of his colleagues on Thursday. This decision was taken by the authorities of the company after a discussion with representatives of a number…

Read More

মাইম একাডেমীৰ উদ্যোগত মূকাভিনয় কৰ্মশালা

মাইম একাডেমীৰ উদ্যোগত মূকাভিনয় কৰ্মশালা অসম খবৰ@নিউজ ডেস্ক,গুৱাহাটী ৬ জুলাই :- মাইম একাডেমী গুৱাহাটীয়ে জুলাই ১৬ তাৰিখ ৰ পৰা ২৫ তাৰিখলৈ মূকাভিনয় কৰ্মশালা আয়োজন কৰিছে। সংগীত নাটক অকাডেমিৰ উদ্যোগত হ’বলগীয়া উক্ত কৰ্মশালাত সংগীত নাটক অকাডেমি বঁটা প্ৰাপক মূকাভিনেতা মইনুল হকৰ তত্বাৱধানত শিক্ষণ প্ৰদান কৰা হ’ব। গুৱাহাটীৰ আমবাৰীত অৱস্থিত মাইম একাডেমিত এই কৰ্মশালা অনুস্থিত হব । ১৫ বছৰৰ ওপৰৰ আগ্ৰহী শিক্ষাৰ্থীক ৯৮৬৪০-২৪২০৫  নম্বৰত যোগাযোগ কৰিবলৈ মাইম অকাডেমি, গুৱাহাটীৰ তৰফৰ পৰা জনাইছে।

Read More

কাহিলীপাৰা পাৱাৰ হাউচত যোগ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন

কাহিলীপাৰা পাৱাৰ হাউচত যোগ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন অসম খবৰ@ ষ্টাফ ৰিপৰ্টাৰ,জাহিদুল ইছলাম,গুৱাহাটীৰ ৫ জুলাইঃ- বর্তমান সময়ত প্ৰদূষিত বাতাবৰণৰ লগতে ভেজাল খাদ্যই মানুহৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলোৱাৰ ফলশ্ৰুতিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ আধাতে মৃত্যুক সৱটিব লগীয়া হোৱা ঘটনাই চিন্তিত কৰি তুলিছে । গতিকে মানুহে নিয়মিত যোগ অভ্যাসৰ দ্বাৰা শৰীৰৰ লগতে মনৰ বিকাশ ঘটাই সুন্দৰ জীৱনৰ অধিকাৰী হ’ব পাৰি । শিৱসাগৰৰ বিকাশ বৰুৱা নামৰ ৩২বছৰীয়া এজন যুৱকে যোগ সাধনাৰ শিক্ষা জৰিয়তে বহুলোকক সুন্দৰ জীৱন গঢ়াত সহায়ৰ হাত আগ বঢ়ায় থকা অহা দেখা গৈছে। অলপতে গুৱাহাটী মহানগৰস্থিত কাহিলীপাৰা পাৱাৰ হাউচত ‘আৰোগ্য’ নামৰে এটি যোগ…

Read More

Chief Minister of Assam : Strike does take place when the situation deleterious as relation with any country

’ Chief Minister of Assam : Strike does take place when the situation deleterious as relation with any country অসম খবৰ@Jahidul Islam, Guwahati,28June:- Tarun Gogoi, Former Chief Minister of Assam : Strike does take place when the situation deleterious as relation with any country specially with Pakistan. Earlier also surgical strike did take place during the previous UPA and NDA government. It carried by the army and it was not disclosed earlier as it was Indian army secrecy. But the present Modi government and BJP party want to take political advantage…

Read More

গুৱাহাটীৰ মাছখোৱা মজজিদত পৱিত্ৰ ইফতাৰ সম্পন্ন

গুৱাহাটীৰ মাছখোৱা মজজিদত পৱিত্ৰ ইফতাৰ সম্পন্ন অসম খবৰ@ জাহিদুল ইছলাম, গুৱাহাটী, ৩ জুন :– পৱিত্ৰ ৰমজান উপলক্ষে গুৱাহাটীৰ মাছখোৱাস্থিত ৩ নং মজজিদত এক বিশেষ ইফতাৰ পাৰ্টি আয়োজন কৰা হয় । উক্ত ইফতাৰ পাৰ্টি হিন্দু , মুছলমান দুয়ো সম্প্ৰদায়ৰ লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তোলাৰ উদেশ্যৰে আজি বিশেষভাবে আয়োজন কৰা হয় । অনুষ্ঠানত মৌলানা চাহাবে সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ জৰীডাল সুন্দৰকৈ বৰ্তি থাকিবৰ বাবে আল্লাৰ ওচৰত দোৱা মাগে । উক্ত ইফতাৰ অনুষ্ঠানত তিনিশৰ পৰা চাৰিশ মান লোকে একেলগে একেলগে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে । বিভিন্ন ধৰণৰ ফল – মূল…

Read More

বড়ো জনজাতিক সন্ত্ৰসবাদী দল আখ্যা দিয়া বিৰুদ্ধে বড়ো ছাত্র ঐক্য তীব্ৰ প্ৰতিবাদ

নেহৰু পাৰ্কৰ সন্মুখত বড়ো জনজাতিক সন্ত্ৰসবাদী দল আখ্যা দিয়া বিৰুদ্ধে বড়ো ছাত্র ঐক্য তীব্ৰ প্ৰতিবাদ অসম খবৰ@ডিজিটেল ডেস্ক, গুৱাহাটী, ৩ জুন :- আজি সমগ্র ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা বড়ো ছাত্র ঐক্যই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দুগৰাকী ইতিহাসবিদ সাহিত্যিক বিৰুদ্ধে । বড়ো ছাত্র ঐক্যই প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰে ভাৰতৰ ইতিহাসবিদ ৰমিলা থাপাই নিজৰ Ancient indian social history some interpretation নামৰ গ্ৰন্থ খনৰ ৩৭৮ নম্বৰ পৃষ্ঠাত বড়ো জনজাতিক সন্ত্ৰসবাদী দল বুলি অভিহিত কৰি প্ৰকাশ কৰে । এনে কাৰ্যক আৰু প্ৰকাশকৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰা লগতে প্ৰতিবাদ…

Read More

সাংবাদিকৰ সৈতে বিশেষ মুখামুখি অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান পল্লভ ভট্টাচাৰ্য

দিছপুৰ প্ৰেছ ক্লাৱত অসম আৰক্ষী সঞ্চালক প্ৰধান পল্লভ ভট্টাচাৰ্য : সাংবাদিকৰ সৈতে বিশেষ মুখামুখি অনুষ্ঠান অসম খবৰ@জাহিদুল ইছলাম, গুৱাহাটী, ২ জুন :- আজি দিছ্পুৰ প্ৰেছ ক্লাৱত সাংবাদিকৰ সৈতে বিশেষ মুখামুখি অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লভ ভট্টাচাৰ্য মিলিত হয় । বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পল্লভ ভট্টাচাৰ্যই আলোচনা অগবঢ়াই । বিশেষকৈ বৰ্তমান অতি স্পৰ্শকাতৰ অসমৰ জ্বলন্ত সমস্যা নাগৰিকত্ব সংশোধনী বিল ২০১৬ আৰু উগ্ৰপন্থী সমস্যা ওপৰত সাংবাদিকৰ প্ৰশ্নত বাখ্যা আগবঢ়াই কয় , বৰ্তমান অসমৰ প্ৰত্যেক মানুহেই নিজৰ সন্তানক উচ্চ শিক্ষা দি ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাত অধিক গুৰুত্ব দিব লাগে ।…

Read More

Guwahati,headed by superintendent, busted a major drugs smuggling racket on 1st June

Guwahati,headed by superintendent, busted a major drugs smuggling racket on 1st June ASOM KHOBOR@Zahidul Islam,GUWAHATI,June 1:-   Acting on specific information, a team of officers of anti-smuggling unit of customs Division, Guwahati,headed by superintendent, busted a major drugs smuggling racket on 1st June 2018 at around 08:30 he’s at near Ganesh mandir Ganeshguri,Guwahati. On a specific information two persons (including one lady) were intercepted near Ganeshguri, Ganesh mandir, Guwahti.on examination of their bag about 1)470gm of morphing valued at Rs.4,70,000.00 (2)7packets of Heroin weighing 85gm valued at Rs.2,55.000.00 and (3)15,720 numbers of methamphetamine…

Read More

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯.৩০ বজাত ছাত্র-ছাত্রীয়ে লাভ কৰিব ফলাফল। ১৭টা ৱেবছাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফলসমূহ ৱেবছাইটকেইটা নাম– http://www.ahsec.nic.in http://www.indiaresults.com http://www.jagranjosh.com http://www.school.gradup.co http://www.examresults.net http://results.amarujala.com http://www.results.shiksha http://www.assamonline.in http://www.iresults.net http://www.exametc.com http://www.knowyourresult.com http://www.timesofindia.com http://www.examresults.net/assam/ http://www.schools9.com http://www.assam.shiksha http://www.assamjobalerts.com আৰু http://www.yesresult.com যোগেদি পৰীক্ষাৰ ফলাফল গ্ৰহণ কৰিব পাৰিব । এই কথা জনাইছে AHSECৰ সচিব কমলজ্যোতি গগৈয়ে। শিক্ষানুষ্ঠানৰ অধ্যক্ষসমূহে উপায়ুক্ত কাৰ্যালয়ত পাব ফলাফল। উপায়ুক্ত কাৰ্যালয়ৰ পৰা ল’‍ব লাগিব মাৰ্কশ্বীট আৰু চাৰ্টিফিকেটসমূহ ।

Read More

মহানগৰীত চাঞ্চল্য : কাহিলিপাৰা ভাড়াঘৰত উদ্ধাৰ কিন্নৰৰ মৃতদেহ :

মহানগৰীত চাঞ্চল্য : কাহিলিপাৰা ভাড়াঘৰত উদ্ধাৰ কিন্নৰৰ মৃতদেহ : চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো  অসম খবৰ LIVE@ জাহিদুল ইছলাম, গুৱাহাটী, ২৯ মে’ :-  কাহিলিপাৰা দক্ষিনগাঁও অঞ্চলত এটা ভাড়াঘৰত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হৈছে এটা কিন্নৰৰ মৃতদেহ । কাহিলিপাৰা দক্ষিনগাঁও তিনিআলিত প্ৰায় দুবছৰৰ পৰা দ্বীপজ্যোতি নাথ নামৰ এজন কিন্নৰে ভাড়াতীয়া হিচাপে উত্তম ঠাকুৰীৰ ভাড়াঘৰত  থাকি আহিছে ।  কিন্তু অতি চাঞ্চল্যকৰ ভাবে যোৱা নিশা দ্বীপজ্যোতি নিজ ভাড়া ঘৰত চিপজৰি লৈ থকা অৱস্থাত স্থানীয় ৰাইজ আৰু  ওচৰ পাজৰৰ ভাড়াতীয়াই দিনৰ পৰাই ১১ মান বজাত দ্বীপজ্যোতিক নিজ ৰুমৰ পৰা উদ্ধাৰ কৰে ।  লোকসকলে জানিবলৈ দিয়া…

Read More

পেট্ৰল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম কংগ্ৰেছৰ প্ৰতিবাদ অসম খবৰ@জাহিদুল ইছলাম, গুৱাহাটী ,২৯ মে :- পেট্ৰ’ল ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধি তথা বিগত চাৰি বছৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাইজক কৰি অহা বিশ্বাসঘটকতাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা উলিওৱা প্ৰতিবাদী চাইকেল ৰেলীত উপস্থিত থকাৰ কিছু দৃশ্য । কংগ্রেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ‘তৰুণ গগৈ’ ডাঙৰীয়াৰ লগত কেইবাজনো জ্যেষ্ঠ নেতা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে 

Read More