অসম নাট্য সন্মিলন গহপুৰ শাখাৰ উদ্যোগত নাট্য কৰ্মশালা

অসম নাট্য সন্মিলন গহপুৰ শাখাৰ উদ্যোগত নাট কৰ্মশালা অসম খবৰ@গহপুৰ, ৪ জুলাইঃ- অহা ৫ জুলাইৰ পৰা ২৬ জুলাইলৈকে অসম নাট্য সন্মিলন গহপুৰ শাখাৰ উদ্যোগত নাট কৰ্মশালা আয়োজন কৰা হৈছে । গহপুৰৰ সমূহ সচেতন ব্যক্তিৰ লগতে নাট্য প্ৰেমী ৰাইজক উপস্থিত থাকি সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

Read More

১০০ কোটি টকাৰ ক্লাবত ‘সঞ্জু’ৰ অভিলেখ

অসম খবৰ@ডিজিটেল ডেস্ক, ৩ জুলাই: মুক্তিৰ চাৰিদিনৰ ভিতৰতেই ১০০ কোটি টকাৰ ক্লাবত প্ৰবেশ কৰিলে অভিনেতা সঞ্জয় দত্তৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনে। মুক্তি লাভ কৰাৰ দিনাই ৩৪. ৭৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ঠিক তেনেদৰে প্ৰতিদিনাই একে হাৰত উপাৰ্জন কৰি কম দিনৰ ভিতৰতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে চলিত বৰ্ষৰ সৰ্বাৰ্ধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে। 

Read More

‘সঞ্জু’ত পাপনকে ধৰি ৪ অসম সন্তান

অসম খবৰ@  নিউজ ডেস্ক, ১ জুলাই – বলিউডৰ ছবি জগতত লাহে লাহে অসমীয়াৰ দপদপনি আৰম্ভ হৈছে। অসমৰ শিল্পী, কলা–কুশলীয়ে বলিউডৰ ছবিত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ধৰিছে। বহুকেইজনে ইতিমধ্যেই ৰাষ্ট্ৰীয় সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে। বলিউডৰ তাৰকা সঞ্জয় দত্তৰ জীৱনৰ আধাৰত ৰাজকুমাৰ হিৰানীয়ে শেহতীয়াকৈ নিৰ্মাণ কৰা ছবি ‘সঞ্জু’ত ৪ গৰাকী অসম সন্তানে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিবলৈ সক্ষম হৈছে। সঞ্জয় দত্তৰ নাম ভূমিকাত অভিনয় কৰা ৰণবীৰ কাপুৰৰ এই ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই। ছবিখনৰ ছাউণ্ড এফেক্টৰ দায়িত্বত আছে নাহৰকটীয়াৰ সন্তান জ্যোতি চেতিয়া। ২০১২ চনৰ পৰা বৰ্তমানলৈকে উত্তৰ ভাৰত, দক্ষিণ…

Read More

মায়ামৰা সাংস্কৃতিক সংঘৰ তিনি দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন

মায়ামৰা সাংস্কৃতিক সংঘৰ তিনি দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন অসম খবৰ@ বিহালী, ৩০ মে: – শ্ৰী শ্ৰী অনিৰুদ্ধ দেবৰ সেবক সকলে তথা বিহালী আধাখনা মায়ামৰা সাংস্কৃতিক সংঘ আৰু যুবক সংঘৰ সহযোগত আজিৰে পৰা তিনিদীনিয়া কাৰ্যসূচীৰে আধাখনা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ভাগবত পাঠৰ আয়োজন কৰা হৈছে । বলুভদ্ৰ বৰুৱা সভাপতি আৰু লক্ষী বৰাক সম্পাদক হিচাপে লৈ এখন আদৰণি কমিটি গঠন কৰা হয় । অনুষ্ঠানৰ কাৰ্যসূচী অনুুসৰি পুৱা ৯ বজাত ৫ শতাধিক লোকৰ সতে শোভাযাত্ৰা কৰি বিয়লি ২ বজাৰ পৰা ভাগবত পাঠ আৰম্ভণি কৰা হয়। ভাগৱত পাঠত অংশ গ্ৰহণ কৰে — শংকৰ দাস, সদানন্দ…

Read More

সংযুক্তা পৰাশৰলৈ ৰমণী গাভৰু বঁটা : উক্ত বঁটাটি অসম আৰক্ষীলৈ উচৰ্গা কৰিলে সংযুক্তা পৰাশৰে

সংযুক্তা পৰাশৰলৈ আগবঢ়োৱা ৰমনী গাভৰু বঁটা অসম আৰক্ষীলৈ উচৰ্গা কৰিলে সংযুক্তা পৰাশৰে কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ  উদযাপন সমিতিয়ে প্ৰদান কৰে  এই বঁটা অসম খবৰ, নাজিৰাৰ পৰা পূজা কোঁৱৰ,১৩ মে :-  শিমলুগুৰি ঐতিহাসিক  কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে ২০১০ চনৰ পৰা প্ৰতি দুটা বছৰৰ মুৰে মুৰে প্ৰদান কৰি আহিছে ৰমনী গাভৰু বঁটা৷ প্ৰথমৰ পৰা ক্ৰমে ২০১০ চনত বিশিষ্ট অভিনেতা বিজু ফুকন, ২০১২ বৰ্ষত বিশিষ্ট লেখিকা ইলা বৰগোহাঁই, ২০১৪ বৰ্ষত বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা সংগীত  পৰিচালক মানস ৰবীন আৰু ২০১৬ বৰ্ষত বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীক…

Read More

নাজিৰাৰ কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ ৫৮ তম বৰ্ষৰ উদযাপন সমিতিৰ যুগান্তকাৰী পদক্ষেপ

নাজিৰাৰ কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ ৫৮ তম বৰ্ষৰ উদযাপন সমিতিৰ যুগান্তকাৰী পদক্ষেপ বিহু উদযাপন সমিতিয়ে নিৰ্মাণ কৰিব আহোম যুগৰ  সাহসী নাৰী ৰমনী গাভৰুৰ প্ৰতিমূৰ্তি  ৷ এই বছৰৰ ৰমণী গাভৰু বঁটা সাহসী আৰক্ষী বিষয়া সংযুক্তা পৰাশৰলৈ অসম খবৰ, নাজিৰাৰ , ১০ মে:- -নাজিৰাৰ ঐতিহাসিক  কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে নিৰ্মাণ কৰিব সাহসী নাৰী ৰমনী গাভৰুৰ প্ৰতিমূৰ্তি । আজিৰে পৰা তিনি দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বহাগী বিদায় কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে অসমৰ আহোম যুগৰ সাহসী নাৰী ৰমনী গাভৰুৰ প্ৰতিমূৰ্তি আধাৰশিলা স্হাপন কৰে বিহু উদযাপন সমিতি খনে ৷…

Read More