চাও লুং ছ্যুকাফাৰ মৈদামত লোহাৰ বেৰা স্থাপন

চাও লুং ছ্যুকাফাৰ মৈদামত লোহাৰ বেৰা স্থাপন   অসম খবৰ@শান্তনু কোঁৱৰ, মৰাণ ৫ জুন :-১২২৮ খ্ৰীঃত পাটকাই গিৰিপথেদি অাহি এই সৌমাৰখণ্ডত বৰ অসমৰ ভেটি স্থাপন কৰা বৰ অসমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ মৈদামত সদৌ অসম কোঁৱৰ বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অাৰু কীতিচিহ্ন সংৰক্ষণ সমিতিৰ সহযোগত লোহাৰ বেৰা স্থাপন কৰা হয় । যোৱা ৩ জুন তাৰিখে চৰাইদেউ জিলাৰ ৰজাবাৰীত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানৰে সৈতে এই বেৰা স্থাপন কৰা হয়। অাজিকোপতি উপেক্ষিত অাৰু অৱহেলিত ৰূপত থকাটো বিচাৰ্যৰ বিষয়। এইখিনিতে উল্লেখ্য যে চৰাইদেওৰ মৈদাম ক্ষেত্ৰৰপৰা মাত্ৰ ১:৮ কি:মি দূৰত্বত অৱস্থিত এই মৈদামক…

Read More

অাহোমৰ প্ৰথমজন স্বৰ্গদেও চাওলুং ছ্যুকাফাৰ মৈদামত লোৰ বেৰা দিয়াৰ এটি মুহূৰ্ত…

অবহেলিত ৰূপত পৰি থকা অাহোমৰ প্ৰথমজন স্বৰ্গদেও চাওলুং ছ্যুকাফাৰ মৈদামত অাজি এই দৰে লোহাৰ বেৰা দিয়া হয় । ফটো © শান্তনু কোঁৱৰ, মৰাণ

Read More

যোৰহাটত গণ বিক্ষোভঃ

যোৰহাটত গণ বিক্ষোভঃ জাতি-ধৰ্ম- নিৰ্বিশেষে ভাগ ল’লে জাতি ৰক্ষাৰ মহাৰণতঃ নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত যোৰহাট ত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ গণ সমদল অসম খবৰ@ (নেকিব আহমেদ)যোৰহাট, ১৬ মেঃ- যোৰহাটত গণ বিক্ষোভ ! অসমীয়া জীতি ধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি যোৰহাটৰ ৰাজ পথলৈ উলাই আহিল হাজাৰ হাজাৰ লোক । জাতি-ধৰ্ম- নিৰ্বিশেষে সকলো ওলাই আহিল অসমীয়া জাতি অস্তিত্ব ৰক্ষাৰ মহাৰণলৈ । সমগ্ৰ ৰাজ্যতে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ সংসদত গৃহীত কৰাৰ বিৰোধিতা কৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ মাজতেই বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমত লাখ-লাখ হিন্দু-বাংলাদেশীক সংস্থাপিত কৰাৰ যি কুটিল ৰাজনৈতিক …

Read More

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দৰং আছুৰ জোঁৰ লৈ প্ৰতিবাদী সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দৰং আছুৰ জোঁৰ লৈ প্ৰতিবাদী সমদল অসম খবৰ@ উজ্জ্বল জোতি ডেকা, দৰং, ১৪ মে :-  সমগ্ৰ অসমৰ লগতে দৰং জিলাৰ মংগলদৈত সদৌ দৰং জিলা ছাত্ৰ সন্থাই অসমীয়া বিৰোধী ৰূপে বিবেচিত হোৱা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনসাধাৰণ।দৰং জিলা ছাত্ৰ সন্থা দৰঙৰ বিভিন্ন দল সংগঠ আৰু জনসাধাৰণে আজি মংগলদৈ চহৰৰ মাজমজিয়াৰে জোৰ সমদল কৰি বিতৰ্কিত বিধেয়ক খনৰ বিৰোধে শ্লগান দি মংগলদৈ চহৰৰ আকাশ বতাহ কপাই তোলে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি দৰং আছুৰ সভাপতি খনিন্দ্র ৰাজবংশী , সম্পাদক…

Read More

 মন্ত্ৰী ৰাজেন গোঁহাইক ৰাজহুৱা ক্ষমা খোজাৰ দাবী মজলীয়া স্কুল শিক্ষক সন্থাৰ 

 মন্ত্ৰী ৰাজেন গোঁহাইক ৰাজহুৱা ক্ষমা খোজাৰ দাবী মজলীয়া স্কুল শিক্ষক সন্থাৰ    অসম খবৰLIVE,@(কাব্যজ্যোতি হাজৰিকা)  :১১মে:-  শিক্ষক সকল সমাজৰ ধৰণী। পবিত্ৰ শিক্ষা বৃত্তিত জড়িত শিক্ষক সকলক যুগ যুগ ধৰি সমাজে আগস্থান দি আহিছে। মানৱ সম্পদ গঢ়া শিক্ষক সকলক কৰা ত্যুচ্চ তাচ্চিল্য কৰা কাৰ্য গঢ়িহনাৰ যোগ্য। এই মন্তব্য সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ প্ৰধান সম্পাদক ৰঞ্জিত বৰঠাকুৰৰ। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সম্পাদক প্ৰধান গৰাকীয়ে কয়, সৌ সিদিনা সৰু পথাৰত এগৰাকী উপায়ুক্তই শিক্ষকক শাৰিৰীক মানসিক নিয্যাতন চলোৱাৰ ঘটনা মাৰ নৌ যাওঁতেই পুনৰ মন্ত্ৰী ৰাজেন গোঁহায়ে এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকক কৰা…

Read More

নাজিৰাৰ কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ ৫৮ তম বৰ্ষৰ উদযাপন সমিতিৰ যুগান্তকাৰী পদক্ষেপ

নাজিৰাৰ কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ ৫৮ তম বৰ্ষৰ উদযাপন সমিতিৰ যুগান্তকাৰী পদক্ষেপ বিহু উদযাপন সমিতিয়ে নিৰ্মাণ কৰিব আহোম যুগৰ  সাহসী নাৰী ৰমনী গাভৰুৰ প্ৰতিমূৰ্তি  ৷ এই বছৰৰ ৰমণী গাভৰু বঁটা সাহসী আৰক্ষী বিষয়া সংযুক্তা পৰাশৰলৈ অসম খবৰ, নাজিৰাৰ , ১০ মে:- -নাজিৰাৰ ঐতিহাসিক  কেন্দুগুৰি আঞ্চলিক দ্বি বাৰ্ষিক বহাগী বিদায় উৎসৱ উদযাপন সমিতিয়ে নিৰ্মাণ কৰিব সাহসী নাৰী ৰমনী গাভৰুৰ প্ৰতিমূৰ্তি । আজিৰে পৰা তিনি দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বহাগী বিদায় কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে অসমৰ আহোম যুগৰ সাহসী নাৰী ৰমনী গাভৰুৰ প্ৰতিমূৰ্তি আধাৰশিলা স্হাপন কৰে বিহু উদযাপন সমিতি খনে ৷…

Read More