অসম আৰক্ষীত ব্যাপক সালসলনি

৪৯ গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। অসম আৰক্ষীৰ পূব মণ্ডলৰ জি আই জিলৈ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ডিএছপি গাঞ্জাৱালাক পদোন্নতি। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ ডি আই জি (নিৰাপত্তা) পদলৈ বদলি। বিটিএডিৰ ডি আই জি পদলৈ সত্যজিত হাজৰিকাক পদোন্নতি। শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ ডি আই জি পদলৈ পদোন্নতি। এম আই মণ্ডলক দুৰ্নীতি নিবাৰকৰ ডি আই জি পদলৈ পদোন্নতি। লুইছ আইন্দক ডি আই জি (এন ই আৰ) পদলৈ পদোন্নতি। আইনুল হকক আইন–শৃংখলাৰ ডি আই জি পদলৈ পদোন্নতি। আবু ছোফিয়ানক ৰে’লৱেৰ ডি আই জি পদলৈ পদোন্নতি। ডি আই জি দেৱৰাজ উপাধ্যায়ক গুৱাহাটীৰ…

Read More

দ্বিবাৰ্ষিক গীতৰ ‘কথা লিখা’ প্ৰতিযোগিতা সম্পন্ন

দ্বিবাৰ্ষিক গীতৰ কথা লিখা প্ৰতিযোগিতা সম্পন্ন ‘দ্যা ফিউচাৰ মিউজিক অফ আসাম’ৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত ‘গীতৰ কথা লিখা’ প্ৰতিযোগিতা যোৱা 6 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ অনুষ্ঠিত হৈ যায়। অসমীয়া বিহু গীতৰ নিম্নমানৰ গীতৰ কথাংশৰ ওপৰত গুৰুত্ব আৰোপ কৰি দ্যা ফিউচাৰ মিউজিক অফ আসামৰ সদস্যসকলে নৱ প্ৰজন্মৰ প্ৰতিভাক আৰু উন্নতমানৰ গীতৰ কথা ৰাইজৰ আগত সংগীত আকাৰে দাঙি ধৰাৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে । প্ৰতিযোগিতাখনিৰ ফলাফল যোৱা 12 জুলাইত ঘোষণা কৰা হয় । প্ৰতিযোগিতাখনিত স্থান লাভ কৰা বিজয়ীসকলৰ নাম ক্ৰমে – পাপলু চেতিয়া(প্ৰথম) , গীতৰ কথা –…

Read More

চলন্তাপাৰাত বিয়াৰ প্ৰলোভনেৰে কিশোৰীক নিৰ্যাতন

চলন্তাপাৰাত বিয়াৰ প্ৰলোভনেৰে কিশোৰীক নিৰ্যাতন ৬ দিন ধৰি আবদ্ধ কৰি ৰখা কিশোৰীগৰাকীক উদ্বাৰঃ  অসম খবৰ@যোগীঘোপাৰ পৰা ইনামুল হকৰ ৰিপ’ৰ্ট, ৩১মে:- বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তাপাৰা ৪ৰ্থ খন্ড গাৱৰ ছকমান আলীৰ পুত্ৰ তথা দশম শ্ৰেণীৰ ছাত্ৰ গুলবাৰ হুছেইন এগৰাকী কিশোৰীক বিয়াৰ প্ৰলোভন দি পলুৱাই আনি ৬ দিন ধৰি নিজ ঘৰত আবদ্ধ কৰি ৰাখি কিশোৰী গৰাকীক নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, কিশোৰী গৰাকীৰ ঘৰ অভয়াপুৰী থানাৰ অন্তৰ্গত মাত্ৰা ঘোলাত। কিশোৰীগৰাকী ৬ দিন পিছত আজি যোগীঘোপা থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা…

Read More

বৰগাংত স্মাইল ডেণ্টেল শুভ-উদ্বোধন

                                                                                                                অসম খবৰ@ বৰগাং পৰা অভিষেক বৰুৱা ৰিপৰ্ট, ৪ মে  আজি বিহালী সমষ্টিবাসী ৰাইজৰ মূখত হাঁহি বিৰিঙাই বৰগাংত এখন “স্মাইল ডেণ্টেল কেয়াৰ ” নামৰ দন্ত চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰা কৰে । নৱনিৰ্মিত বৰগাং মছজিদৰ বাণিজ্যিক চৌহদত…

Read More

ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী) ৰ মৃত্যুত শোকৰ ছাঁ

ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী)ৰ মৃত্যু ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায় (অধিকাৰী) ৰ মৃত্যুত শোকৰ ছাঁ অসম খবৰLive@কুমাৰীকাটা: ৩০ এপ্ৰিল: ধীৰজ উপাধ্যায়: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী নিবাসী বিশিষ্ট সমাজসেৱক তথা ধৰ্মপ্ৰাণ ব্যক্তি দুৰ্গা প্ৰসাদ উপাধ্যায়ৰ আজি পুৱতি নিশা ৩.৩০ বজাত পৰলোকগামী হয় । জানিব পৰা মতে তেখেত বিগত কেইমাহমান ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আৰু পৰিয়ালে বহু চিকিৎসা কৰাৰ পিছতো তেখেতক সুস্থ কৰি তুলিব পৰা নাছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৫ বছৰ হৈছিল আৰু তিনিগৰাকী পুত্ৰ,বোৱাৰী, নাতি-নাতিনী আৰু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়। বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত…

Read More

অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে আজি অসমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা

অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে আজি অসমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা Posted on April 28, 2018 by asomkhobor অসম খবৰ LIVE@DegitalNewsDesk অসম পৰ্যটনৰ শ্বুটিঙৰ বাবে আজি অসমলৈ আহিব প্ৰিয়ংকা চোপ্ৰা। চকলং প্ৰথাৰ বিবাহৰ কইনা হ’ব মোহময়ী অভিনেত্ৰীগৰাকী। সন্ধিয়া ৭.৩০ বজাত বিশেষ বিমানেৰে পাবহি যোৰহাট। নিশা যোৰহাটতে থাকি দেওবাৰ আৰু সোমবাৰে যোৰহাটৰ ঠেঙাল মেনৰ আৰু বনিয়ান গ্ৰুভত ব্যস্ত থাকিব শ্বুটিঙত। মঙলবাৰে বিয়লি একেখন বিমানেৰে দিল্লীলৈ উভতিব অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ  প্ৰিয়ংকা চোপ্ৰা ।

Read More

সামাজিক দায়বদ্ধতা সৰ্ন্দভত লখিমপুৰৰ বঙালমৰাত বিশেষঃ সজাগতা সভা 

সামাজিক দায়বদ্ধতা সৰ্ন্দভত লখিমপুৰৰ বঙালমৰাত বিশেষঃ সজাগতা সভা  Posted on April 28, 2018 by asomkhobor নাৰী নিৰ্যাতন,বাল্য বিবাহ, শিশু শ্রমিক, সাম্প্ৰদায়িকতা, অন্ধ বিশ্বাস, ৰোধ কৰাৰ সৰ্ন্দভত বঙালমৰাত সজাগতা সভা  অসম খবৰ@(মনোজ বৰপত্ৰ গোঁহাই) লালুকঃ২৮এপ্ৰিল:-  বঙালমৰা আৰক্ষী চকীৰ সহযোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্রাদ্ৰাছ উদ্যোগত আজি এখনি জনজাগৰণ সভা বঙালমৰা বজাৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় । উক্ত সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আবু শ্বইদ খানে । সভাখনিৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ নেতা ও যুৱ সমাজ কৰ্মী আব্দুৰ ৰাজিবে ।  সভাত আদৰণি ভাষণ দিয়ে বিহপুৰীয়া শিক্ষাখণ্ডৰ সহকাৰী পৰিদৰ্শক আব্দুৰ ৰাজ্জাকে , তেখেতে বৰ্তমান শিশু শ্রমিক…

Read More

২৭ মাহে অনাদায় দৰমহা নাই । আৰ্থিক দৈন্যত ভুগি অকাল মৃত্যুক সাৱতিলে শিক্ষকে , বাক্সাত শোকৰ ছাঁ

২৭ মাহে অনাদায় দৰমহা নাই । আৰ্থিক দৈন্যত ভুগি অকাল মৃত্যুক সাৱতিলে শিক্ষকে , বাক্সাত শোকৰ ছাঁ Posted on April 27, 2018 by asomkhobor   ২৭ মাহে অনাদায় দৰমহা নাই । আৰ্থিক দৈন্যত ভুগি অকাল মৃত্যুক সাৱতিলে শিক্ষকে,বাক্সাত শোকৰ ছাঁ.. অসম খবৰLIVE@ (ধীৰাজ উপাধ্যায়) কুমাৰীকাটা: ২৭ এপ্ৰিল : ২৭ মাহৰ পিছত মাহ দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক দৈন্যতাত ভুগি অৱশেষত জীৱন যুদ্ধত হাৰ মানি অকাল মৃত্যুক সাৱটি ললে বাক্সা জিলাৰ এগৰাকী শিক্ষকে। তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী পাকৰিবাৰী এম. ই স্কুলৰ বিটিচি টেট(ছমহীয়া)ৰ শিক্ষক তথা খৈৰানী কাৰখেলা নিৱাসী খেম বাহাদুৰ ছেত্ৰীৰ কনিষ্ঠ পুত্ৰ জিতেন্দ্ৰ ছেত্ৰী(৩০)ৰ…

Read More

তামুলপুৰত পথ দুৰ্ঘটনাৰ ফলত মাছ ব্যৱসায়ী আহত

তামুলপুৰত পথ দুৰ্ঘটনাৰ ফলত মাছ ব্যৱসায়ী আহত অসম খবৰ LIVE@ তামুলপুৰ: ২৭ এপ্ৰিল:( ধীৰজ উপাধ্যায়); বাক্সা জিলাৰ তামুলপুৰৰ বৰখাটত আজি ৰাতিপুৱা  প্ৰায় ৮-৪৫ বজাত পথ দুৰ্ঘটনা হয়।জানিব পৰা মতে চামতাৰ পৰা ৰঙিয়া হৈ তামুলপুৰৰ সাপ্তাহিক বজাৰলৈ টেম্প ভেন এখনেৰে মাছ লৈ আহিছিল দুগৰাকীকৈ মাছ ব্যৱসায়ী। জগন্নাথ দাস (৩৫) আৰু লোহিত দাস (৪০) এ বাইক আৰোহীক বচাবলৈ গৈ টেম্প ভেনখন দুৰ্ঘটনাত পতিত হয় ১২৭ (ডি) নং ৰঙিয়া- ভূটান পথৰ বৰখাটাত। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থীত  তামূলপুৰৰ আৰক্ষী উপস্থিত হৈ দুয়ো গৰাকী ব্যক্তিক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।…

Read More

IPL 2018 SRH vs MI scores update: SRH win toss and bowl

19.36 IST: Hyderabad skipper Kane Wiliamson has won his second toss in succession and has decided to bowl first. Mumbai have made couple of changes as Hardik Pandya drops out due to injury and Pradeep Sangwan makes way into the side. Also Ben Cutting has replaced Mitch McClenaghan as he represented SRH last season and was an automatic choice for Mumbai. For Hyderabad, Bhuvneshar Kumar has been rested owing to a stiff body and Punjab seamer Sandeep Sharma will take the new ball. Hello and welcome to zeenews.com. It’s Thursday and…

Read More

South vs North: Not biased against any region, says PM Narendra Modi in Chennai over money sharing row

CHENNAI: Prime Minister Narendra Modi has said his government is committed to cooperative federalism. His comment came at an event in Chennai, and appeared to be an attempt to douse the rising flames of discontent in the South over the way the Centre shares money with state governments. Modi’s visit to Chennai has been met with black flag protests, a huge black protest baloon, and with #ModiGoBack trending on social media. PM Modi dismissed the concerns being raised by southern political leaders that his government’s decisions would punish the southern…

Read More