ভাৰত বন্ধত দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতি

    #ভাৰত #বন্ধৰ #প্ৰভাৱ সৰ্বাত্মক   ভাৰত বন্ধ উত্তপ্ত গুৱাহাটী মহানগৰ দিছপুৰ সচিবালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। আৰক্ষীৰ বেৰিকেড ভঙাৰ চেষ্টা প্ৰতিবাদকাৰীৰ। শ শ কংগ্ৰেছীয়ে প্ৰতিবাদ সাব্যস্ত কৰে সচিবালয়ত। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা বিশাল ৰেলী কংগ্ৰেছ নেতা কৰ্মীৰ । ভিৰ কৰিছে মহানগৰীৰ ৰাজপথ । হৰিশ ৰাৱট আৰু ৰিপুণ বৰাকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

Read More