নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা

সদ্যপ্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা ◆ নাম বাদ পৰিলেও সংকীট হোৱাৰ প্ৰয়োজন নাই… অসম খবৰ @গুৱাহাটী,৩০ জুলাই: এন আৰ চি পূৰ্ণাঙ্গ খচৰা তালিকা নাম প্ৰকাশ নোহোৱাৰ বাবে এগৰাকী মহিলাই কান্দোনত ভাগি পৰিল । আজি প্ৰকাশ পালে এন. আৰ.চিৰ সম্পূৰ্ণ খচৰা তালিকা। তালিকাখনক লৈ বহুতৰ মুখত হাঁহি বিৰিঙিল যদিও আকৌ বহুতৰ চকুত চকুলো দেখা পোৱা গ’ল। আমি দেখুৱাব খোজা এইগৰাকী মহিলা এন আৰ চিত নাম নাহিল । পুৱাই এন আৰ চিৰ কেন্দ্ৰ গৈ দেখা নাপালে নিজৰ নামটো । মহিলা গৰাকী অভিযোগ কৰে সম্পূৰ্ণ তথ্য…

Read More

৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক 👉 “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী”

অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক স্বৰূপ “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী” 📝 বৰ্ণালী কলিতা,গুৱাহাটী ১৯৭৯-১৯৮৫ চন। অসমৰ বুৰঞ্জীৰ এক অৱৰ্ণনীয় তথা ঐতিহাসিক ঘটনা ৰূপে বিবেচিত। এই সময়ছোৱাতে অসমে নিজৰ ভাষা, অস্তিত্বৰ বাবে যুঁজ দিছিল। আৰম্ভ হৈছিল এক অবিৰাম সংগ্ৰামৰ যাত্ৰা। প্ৰতিজন অসমীয়াই জপিয়াই পৰিছিল এই যাত্ৰাত। বিদেশীমুক্ত অসম বিচাৰি শ-শ ডেকাই আগবাঢ়ি আহিছিল । বহুজন চফল ডেকাই প্ৰাণ আহুতি দিবলগা হয় এই সংগ্ৰামত । জাতি-মাটি আৰু ভেটিৰ ৰক্ষাৰ বাবে ৮৫৫ জন অসমীয়াই হাঁহি-হাঁহি বুকু পাতি লৈছিল আৰক্ষীৰ গুলী। ১৯৭৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৫…

Read More

শান্তি শৃংখলা পৰিৱেশত মৰিগাঁৱত প্ৰকাশ পালে নাগৰিকপঞ্জী চূড়ান্ত তালিকা

শান্তি শৃংখলা পৰিৱেশত মৰিগাঁৱত প্ৰকাশ পালে নাগৰিকপঞ্জী চূড়ান্ত তালিকা   অসম খবৰ@ মৰিগাঁও,৩০ জুলাই শান্তি শৃংখলা পৰিবেশত মৰিগাঁৱত আজি প্ৰকাশ পালে দ্বিতীয় খন NRC খচৰা সমগ্ৰ ৰাজ্য খনত মুঠ ৩ কৌতি ২৯ লাখ লোকে এই NRC আবেদন কৰিছিল যদিও তাৰে ২ কৌতি ৮৯ লাখ ৬৭৭ জনৰ নাম সন্নিবিষ্ট হৈছে আৰু ৪০ লাখ ৭ হাজাৰ ৭০৮ জনৰ নাম এই তালিকাৰ পৰা বাদ পৰিছে। ইতিমধ্যে NRC ৰ কতৃপক্ষৰ পৰা জানিব পৰা গৈছে যে এই বাদ পৰা লোক সকলৰ চিন্তা কৰা কোনো কাৰণ নাই এই সকল লোকে পুনৰ আবেদন কৰিব পাৰিব । আজি পুৱা…

Read More

দীঘলীয়া সংগ্ৰামৰ অন্তত আজি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ

  ➡ বিদেশী নাগৰিকৰ চিনাক্ত পৰ্বৰ প্ৰথমটো খোজ।এক দীঘলীয়া সংগ্ৰামৰ অন্তত আজি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ । ➡ সৰ্বদলীয় সভাৰ সিদ্ধান্ত । চূড়ান্ত এন আৰ চি প্ৰকাশ নোহোৱালৈকে কাকো বিদেশী গণ্য কৰা নহ’ব।বৈধ নাগৰিকৰ ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়াব ৰাজ্য চৰকাৰে। ➡ এন আৰ চিক লৈ ৰয়টাৰত উচটনিমূলক প্ৰতিবেদন । ৰাজ্যত সাম্প্ৰদায়িক সংঘাত লগোৱাৰ অপচেষ্টা। নাগৰিকপঞ্জীক অসমৰ বাংলাভাষী মুছলমানৰ বিৰোধী আখ্যা। ➡  ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত এটা দুষ্টচক্ৰই আইনী সাহায্যৰ নামত আৰম্ভ কৰিছে ছিণ্ডিকেটৰাজ। অভিযোগ গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ । ➡ অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন। গোৱালপাৰা জিলাৰ ভৌগোলিক সীমা…

Read More

NRCৰ সম্পৰ্কত দঃশালমাৰা মানকাচৰ জিলা উপায়ুক্তৰসজাগতা সভা

NRCৰ সম্পৰ্কত দঃশালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ সজাগতা সভা অসম খবৰ, দঃশালমাৰা, মানকাচৰ, ২৯ জুলাইঃ- NRCৰ খচৰা প্ৰকাশৰ মাত্ৰ কেই ঘন্টামান বাকী থকা সময়তে দেওবাৰে আবেলি ৩ বজাত দঃশালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন মত- বিনিময় ও সজাগতা সভা অনুষ্ঠিত হয়। উক্ত মত -বিনিময় সজাগতা সভাত উপস্থিত থাকে জিলা উপায়ুক্ত আতিকা চুলতানা, অতিৰিক্ত জিলা উপায়ুক্ত ছইবৰ ৰহমান, অতিৰিক্ত জিলা উপায়ুক্ত ৰাজেশ্বৰ টেৰাং, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, মানকাচৰ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, ফেকামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য জাহাংগীৰ আলম মণ্ডল, আছু, আমছু, বিজেপি, কংগ্ৰেছ, এ…

Read More

যিকোনো পৰিস্থিতিলৈ সাজু নগাঁও জিলা প্ৰশাসন

এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিবলৈ             সাজু নগাঁও জিলা প্ৰশাসন   অসম খবৰ নগাঁও, ২৯ জুলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ চূড়ান্ত তথা সম্পূৰ্ণ খচৰা প্ৰকাশ পাবলৈ মাজত মাথোঁ‌ কেইটামান ঘণ্টা বাকী। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষই সোমবাৰ অৰ্থাৎ ৩০ জুলাইৰ পুৱা ১০ বজাত প্ৰকাশ কৰিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে এই ক্ষণটোলৈ অধীৰ আগ্ৰহৰে বাট চাই ৰৈছে। ইপিনে খচৰা প্ৰকাশৰ পিছত ৰাজ্যখনত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা…

Read More

ঐতিহাসিক ক্ষণৰ অপেক্ষাত অসম আন্দোলনৰ পটভূমি আৰু মঙলদৈৰ জাতীয় দল সংগঠন

ঐতিহাসিক ক্ষণৰ অপেক্ষাত অসম আন্দোলনৰ পটভূমি আৰু মঙলদৈৰ জাতীয় দল সংগঠন উজ্জ্বল জোতি ডেকা মঙলদৈ    সুৰ্দীঘ ৩৮ বছৰৰ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত  অসমীয়া জাতিয়ে নানা ঘাট প্ৰতিঘাটৰ বিনিময়ত লাভ কৰিবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাখন প্ৰকাশ পাব ৩০ জুলাইৰ পুৱা ৯ বাজি ৪৫ মিনিটত। অসমীয়াই উদগ্ৰীৱ হৈ মাথো ৰৈছে ঐতিহাসিক ৩০ জুলাইৰ পুৱালৈ। অসমীয়া সমাজ জীৱনত বিদেশীয়ে ব্যাপক প্ৰভাৱ পেলোৱাৰ লগতে অসমৰ খিলঞ্জীয়াৰ বাবে অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰিছিল।   ১৯৭৮ চনত মঙলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটাৰ তালিকাত হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ সেইসময়ৰ আন্ত:মঙলদৈ ছাত্ৰ সন্থাই প্ৰথম অসমত…

Read More