অসম ৰাজ্যিক পঞ্চায়ত নিৰ্বাচন আয়োগৰ বিষয়া সকললৈ এটি প্ৰশ্ন

অসম ৰাজ্যিক পঞ্চায়ত নিৰ্বাচন আয়োগৰ বিষয়া সকললৈ এটি প্ৰশ্ন সঞ্জীৱ মলীয়া ,লেঙেৰী/ডিব্ৰুগড় অসম পঞ্চায়ত বিধিৰ ওপৰত ভিত্তি কৰি ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কিছু নিয়মাৱলী আঁত ধৰি:- (ক)প্ৰাৰ্থী গৰাকী ভাৰতীয় নাগৰিক হব লাগিব । (খ)সংশ্লিষ্ট পঞ্চায়তৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হব লাগিব । (গ) প্ৰাৰ্থী গৰাকীৰ বয়স ২১ বছৰতকৈ বেছি হব লাগিব । (ঘ) মহিলাৰ বাবে আছুতীয়াকৈ ৰখা আসন মহিলা প্ৰাৰ্থীয়ে হব লাগিব । (ঙ) অনুসূচিত জাতি জনজাতিৰ বাবে আছুতীয়াকৈ ৰখা আসনৰ প্ৰাৰ্থী গৰাকী চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হব লাগিব । এই খিনিলৈ…

Read More