দেশৰ সুৰক্ষা স্বাৰ্থৰ অর্থে নিৰ্মিত প্ৰথমটো মহিলা “SWAT” দল

নিউজ ডেস্ক@ নিউ দিল্লী:- দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দিল্লী আৰক্ষীৰ অধীনত দেশৰ প্ৰথমটো SWAT (Special Weaponds And Tactics) নিৰ্মাণ কৰি উলিয়াইছে। এই মহিলা দলটোত ৩৬ গৰাকী মহিলা সদস্যা আছে আৰু লক্ষণীয় দিশটো এইযে প্ৰতিগৰাকী মহিলা উত্তৰ-পূৰ্বাঞ্চলৰ। তেওঁলোকৰ কান্ধত দেশৰ ৰাজধানী দিল্লীৰ সুৰক্ষাৰ দায়িত্ব আছে। এই মহিলা কামাণ্ডসকল NSG আৰু দিল্লী আৰক্ষীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত। একে-৪৭ আৰু এমপি৫ চবমেচিন গানৰ বিশেষও তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। কিন্তু তেওঁলোকৰ বাবে এই কামণ্ড যাত্ৰা ইমান সৰল নাছিল। এই মহিলা কামণ্ডসকলে আজিৰ এই পৰ্য্যায় পাবলৈ ভালেখিনি ত্যাগৰ বিনিময়ত তেওঁলোকৰ…

Read More