নতুনত্ব
নতুনত্ব অবিনাশ দাস নলবাৰী নতুনত্বৰ সোৱাদ কিবা পাইছা নেকি ? ওঁহো,এতিয়ালৈ কোনো নতুনত্বই জীৱন দুৱাৰত আলোড়িত কৰিব পৰাকৈ খুন্দিওৱা নাই নহয়,নতুনত্ব আনিবলৈ চেষ্টা কৰা নাই ৷ কেতিয়াবা বিবেকক মই শুধো কিয় মৰি মৰি জীয়াই আছো ! সন্মুখত অনিশ্চত ভবিষ্যতৰ এক কন্টকমই যাত্ৰা ৷ অনুভৱ হয়...